MMIC VLOG

MMIC VLOG ☞︎ মনৰ অনুভৱ প্ৰকাশ কৰাৰ ইচ্ছা 😌

19/01/2024



~ কি বস্তু চিনি পাইছা নেকি ❓∆ ফল / ফুল
04/12/2023

~ কি বস্তু চিনি পাইছা নেকি ❓

∆ ফল / ফুল

  🌸
01/12/2023

🌸

10/11/2023

ক্বাছিমূল উলুম মৌডঙ্গা মাদ্ৰাছাৰ ৭৫ বৰ্ষপূৰ্তি উপলক্ষে
প্ৰাক্তন ছাত্ৰ সমাৰোহ
তাৰিখ : ১২ আৰু ১৩ নৱেম্বৰ।

18/10/2023

Two new products from Vestige are going to be launched on the 20th. The two products are Veslim Shake Mango & Veslim Shake Vanila .

অহা 20 তাৰিখ Launch হবলৈ গৈ আছে Vestige অৰ দুটা নতুন Product. Product দুটা হৈছে Veslim Shake Mango & Veslim Shake Vanila .





কাইলৈৰ পৰা দেশত প্ৰচলন বন্ধ হ'ব ₹2000 টকাৰ নোট 💳
30/09/2023

কাইলৈৰ পৰা দেশত প্ৰচলন বন্ধ হ'ব ₹2000 টকাৰ নোট 💳

~ ইন্না লিল্লাহি ওয়া ইন্না ইলাইহি ৰাজিউন‎‎‎ ।∆ কাৰ মৃত্যু কেতিয়া আহিব , কোনেও ক'ব নোৱাৰে । ডবকাৰ পশ্চিম জাৰুনী (হৈৰগুৰী...
06/09/2023

~ ইন্না লিল্লাহি ওয়া ইন্না ইলাইহি ৰাজিউন‎‎‎ ।

∆ কাৰ মৃত্যু কেতিয়া আহিব , কোনেও ক'ব নোৱাৰে । ডবকাৰ পশ্চিম জাৰুনী (হৈৰগুৰী) গাঁৱৰ যুৱক ইয়াহহিয়া আহমেদে ( মামা ) অত মৃত্যুৰ সৈতে যুঁজি অৱশেষত আজি সন্ধিয়াৰ পিছত শেষ নি:স্বাস ত্যাগ কৰে ৷

~ ইয়া আল্লাহ মামাৰ জীৱনৰ সকলো ভুল , ভ্ৰান্তি , গুনাহ সকলো মাফ কৰি জান্নাতুল ফিৰদাউছ নাছিব কৰক ।

#আমিন 🤲

05/09/2023

~

~ মোৰ শিক্ষক , মোৰ শিক্ষক সকলৰ শিক্ষক , সকলো শিক্ষকক #শিক্ষক_দিৱসৰ বহুত বহুত শুভেচ্ছা 🌸

~ দ্বীনি শিক্ষক , স্কুলীয়া জীৱনৰ শিক্ষক , কৰ্ম জীৱনৰ শিক্ষক , ব্যৱসায়িক জীৱনৰ শিক্ষক , জ্ঞানৰ পোহৰ বিলাই যোৱা সকলো শিক্ষক সকলক শিক্ষক দিৱসৰ শুভেচ্ছা জনোৱাৰ লগতে জীৱনৰ প্ৰথম শিক্ষক পিতৃ আৰু মাতৃলৈ শিক্ষক দিৱসৰ শুভেচ্ছা 🌸

∆ স্কুলীয়া শিক্ষায় শিক্ষিত হৈ কি লাভ ?
যদি ইছলামিক দ্বীনি শিক্ষা আপোনাৰ ওচৰত নাথাকে ।

~ আপুনি যিকোনো ধৰ্মাৱলম্বীৰ মানুহ নোহোৱা কিয় আপোনাৰ ধৰ্মৰ জ্ঞান লাগিব 🧠

~ আপুনি যিমান ধাৰ্মিক ব্যক্তি নোহোৱা কিয় , আপোনাৰ যদি মানৱতা নাথাকে আপুনি কেনেকৈ ধাৰ্মিক ব্যক্তি হবা 👁️

∆ সময়ে মানুহক বহুত কিবা কিবি শিকায় , সেইকাৰণে সময়ো এটা শিক্ষক ।



04/09/2023

ডবকাত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে আমছুৰ প্ৰতিবাদ ৷



~   🌸~ ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হবলগীয়া নীলবাগান ইজতিমাৰ স্থান শ্বিৱপুৰ ।
02/09/2023

~ 🌸

~ ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হবলগীয়া নীলবাগান ইজতিমাৰ স্থান শ্বিৱপুৰ ।

28/08/2023

Address

Doboka , Kachari Para , Hojai , Assam

Alerts

Be the first to know and let us send you an email when MMIC VLOG posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to MMIC VLOG:

  • Want your practice to be the top-listed Clinic?

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram