Bcb Care Hospital

Bcb Care Hospital Trusted Advanced Healthcare
24×7 Emergency | Expert Doctors
Call : +91 7086530799

ঘৰৰ কাষতেই উন্নত চিকিৎসাৰ সুবিধা!ধেমাজি আৰু লখিমপুৰত এতিয়া সহজ, বিশ্বাসযোগ্য চিকিৎসা—আপোনাৰ ওচৰতে। BCB Care Hospital Dh...
28/03/2026

ঘৰৰ কাষতেই উন্নত চিকিৎসাৰ সুবিধা!
ধেমাজি আৰু লখিমপুৰত এতিয়া সহজ, বিশ্বাসযোগ্য চিকিৎসা—আপোনাৰ ওচৰতে।

BCB Care Hospital Dhemaji, home healthcare Assam, Dhemaji medical service, Lakhimpur healthcare, nearby hospital, patient care, Assam hospital, easy treatment service

বিশুদ্ধ পানী খাওক, হাত পৰিষ্কাৰ ৰাখক আৰু অসুস্থ অনুভৱ কৰিলে দেৰি নকৰি সোনকালে চিকিৎসকৰ পৰামৰ্শ লওক।আপোনাৰ স্বাস্থ্যই আমা...
23/03/2026

বিশুদ্ধ পানী খাওক, হাত পৰিষ্কাৰ ৰাখক আৰু অসুস্থ অনুভৱ কৰিলে দেৰি নকৰি সোনকালে চিকিৎসকৰ পৰামৰ্শ লওক।
আপোনাৰ স্বাস্থ্যই আমাৰ দায়িত্ব — BCB Care Hospital, ধেমাজি।

BCB Care Hospital, Dhemaji hospital, Assam healthcare, fever care, infection prevention, clean water, hand hygiene, doctor consultation, health tips, seasonal health,

ঈদৰ উৎসৱে আৰু অধিক শক্তিশালী কৰক আমাৰ সমন্বয় আৰু ভাতৃত্ববোধক।সমূহ অসমবাসীলৈ ঈদৰ শুভেচ্ছা আৰু মৰম।
21/03/2026

ঈদৰ উৎসৱে আৰু অধিক শক্তিশালী কৰক আমাৰ সমন্বয় আৰু ভাতৃত্ববোধক।
সমূহ অসমবাসীলৈ ঈদৰ শুভেচ্ছা আৰু মৰম।

20/03/2026

কেঁচা হালধিৰ গোপন উপকাৰিতা
সৰু অভ্যাসে আপোনাৰ স্বাস্থ্যত আনিব পাৰে ডাঙৰ পৰিবৰ্তন
সম্পূৰ্ণ জানিবলৈ শুনক এই Podcast Reel

17/03/2026

হাড় কেনেকৈ মজবুত হয় জানেনে?

সঠিক পুষ্টি—কেলচিয়াম সমৃদ্ধ খাদ্য, ভিটামিন D আৰু প্ৰ’টিন—এইবোৰেই আপোনাৰ হাড়ক শক্তিশালী আৰু সুস্থ কৰি ৰাখে।

এই ভিডিঅ’টোত Dr. Vishal Lohia এ খুওব সহজভাৱে বিষয়টো বুজাই দিছে—ভিডিঅ'টো সম্পুৰ্ণকৈ চাওক আৰু নিজেই জানি লওক।

, , , , ,

14/03/2026

তেওঁ প্ৰতিদিনে হাড়ৰ সমস্যাৰ সমাধানৰ লগতে বহু মানুহৰ আশাও পুনৰ জগাই তোলে।
কিন্তু যদি তেওঁ ডাক্তৰ নহ’লেহেঁতেন—তেওঁৰ জীৱন কেনেকুৱা হ’লহেঁতেন?

এই প্ৰশ্নৰ উত্তৰত Dr. Vishal Lohia এ কি ক’লে, শুনক এই ভিডিঅ’ত।

Dr. Vishal Lohia
📍 BCB Care Hospital, ধেমাজি

11/03/2026

অসুখ হ'লে বহু পৰিয়ালৰ মনত এটা ডাঙৰ চিন্তা আহে — চিকিৎসাৰ খৰচ কেনেকৈ বহন কৰিম?
ধেমাজিত এতিয়া সেই চিন্তা কিছু কম কৰিব BCB Care Hospital।

ইয়াত উপলব্ধ উন্নত চিকিৎসা ব্যৱস্থাৰ সৈতে General Surgery আৰু Orthopedic Surgeryসুলভ মূল্যত।

কাৰণ আপোনাৰ জীৱনৰ মূল্য টকাতকৈ সদায় বেছি।
BCB Care Hospital — আপোনাৰ স্বাস্থ্য, আমাৰ দায়িত্ব।

BCB Care Hospital Dhemaji, BCB Hospital Dhemaji Assam, Dhemaji hospital, best hospital in Dhemaji,

05/03/2026

পেটৰ সোঁফালে তীব্ৰ বিষ?
ই সাধাৰণ গেছ বা এচিডিটি নহ’বও পাৰে — এইটো এপেণ্ডিচাইটিছ হ’ব পাৰে।

বহুতে প্ৰথমে গাঁৱৰ দৰৱ বা নিজে নিজে চিকিৎসা কৰিবলৈ চেষ্টা কৰে।
কিন্তু সময় পাৰ হ’লে এপেণ্ডিক্স ফুটি যাব পাৰে, যি জীৱনৰ বাবে ডাঙৰ বিপদ হ’ব পাৰে।

এপেণ্ডিচাইটিছ হলে দেৰি নকৰিব।
সঠিক সময়ত অপাৰেচনেই হৈছে সুৰক্ষিত চিকিৎসা।

📍 BCB Care Hospital
আপোনাৰ স্বাস্থ্য আমাৰ প্ৰাধান্য।

Happy Holi!BCB Care Hospital wishes you and your family a Holi filled with health, happiness, and vibrant colours of joy...
03/03/2026

Happy Holi!

BCB Care Hospital wishes you and your family a Holi filled with health, happiness, and vibrant colours of joy.

Celebrate safely and stay well

📍 BCB Care Hospital, Dhemaji, Assam
📞 7086530799

24/02/2026

শীতৰ বিদায়, গ্ৰীষ্মৰ আৰম্ভণি

এই সময়ত পানীশূন্যতা, ভাইৰেল জ্বৰ আৰু পেটৰ সংক্রমণ বৃদ্ধি পায়।
বিশুদ্ধ পানী খাওক
সতেজ আহাৰ গ্ৰহণ কৰক
নিয়মিতভাৱে হাত ধুৱক

তীব্ৰ জ্বৰ বা দুর্বলতা কেতিয়াও অৱহেলা নকৰিব।

BCB কেয়াৰ হস্পিটেল, ধেমাজি — সদায় আপোনাৰ যত্নত।

BCB কেয়াৰ হস্পাতাল , ধেমাজীত বিভিন্ন বিভাগৰ সন্মানীয় চিকিৎসকসকলক  স্বাগতম জনোৱা হয় 🙏একেখন ছালৰ তলতে উন্নত আৰু বিশ্বাস...
23/02/2026

BCB কেয়াৰ হস্পাতাল , ধেমাজীত বিভিন্ন বিভাগৰ সন্মানীয় চিকিৎসকসকলক স্বাগতম জনোৱা হয় 🙏
একেখন ছালৰ তলতে উন্নত আৰু বিশ্বাসযোগ্য চিকিৎসা সেৱা আগবঢ়োৱাৰ লক্ষ্যৰে আমি একেলগে আগবাঢ়িছোঁ।
ইয়াৰ ফলত আমাৰ অঞ্চলৰ লোকসকলে একে ঠাইতেই সঠিক চিকিৎসা আৰু যথাযথ যত্ন পাই কৰিব।
আপোনালোকৰ বিশ্বাসেই আমাৰ শক্তি
BCB care hospital Dhemaji

Ignoring a lump or swelling can be risky. Early detection saves lives.BCB Care Hospital offers expert diagnosis and adva...
20/02/2026

Ignoring a lump or swelling can be risky. Early detection saves lives.

BCB Care Hospital offers expert diagnosis and advanced surgical treatment for breast lumps, neck lumps, soft tissue tumors, and biopsy services — all with safe, hygienic, and patient-focused care.

📍 BCB Care Hospital, Natun Nagar, Dhemaji
📞 Appointment & Enquiry: 70865 30799 / 70023 67784

Address

Natun Nagar, Dhemaji
Assam
787057

Alerts

Be the first to know and let us send you an email when Bcb Care Hospital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram

Category