24/01/2024
জানাজা নামাজৰ বা্ৰ্তাঃ গভীৰ দুখৰ সৈতে শ্বেয়াৰ কৰিছোঁ যে আজি আমাৰ মাতৃৰ মৃত্যু হৈছ ! আল্লাহে তাইক ক্ষমা কৰক, তাইক জান্নাত আল-ফিৰদাউছ প্ৰদান কৰক। আমিন
জানাজা নামাজ কলগাছিয়া ঈদগাহ ময়দানত অনুষ্ঠিত হ'ব।
সময়: আজি সন্ধিয়া ৭:১৫ বজা-এশার নমাজৰ পিছত । তাৰিখ: বুধবাৰ-২৪/০১/২০২৪