03/10/2024
নমস্কাৰ মেচাৰ্চ পোহৰ মেডিকেল তৰফৰ পৰা দুৰ্গা পূজা হিয়াভৰা শুভেচ্ছা জনালোঁ। আপোনালোকৰ বাবে পোহৰ মেডিকেল তৰফৰ পৰা এটা information দিওঁ বুলি এই video টো প্ৰস্তুত কৰিলোঁ। এতিয়াৰ পৰা প্ৰত্যেক সপ্তাহৰ সোমবাৰ, বুধবাৰ আৰু শুক্ৰবাৰে orthopedics ৰ ডক্তৰ অৰ্থাৎ অস্থিৰোগ বিশেষজ্ঞ DR. Zakaria Akman. MBBS,MS(Orthopedics)চিকিৎসা সেৱা আগ বঢ়াব।আগতীয়াকৈ নাম আগতীয়াকৈ নাম Apointmet বাবে PH NO- 9101088317