12/03/2026
World Kidney Day উপলক্ষে সকলোলৈ আন্তৰিক শুভেচ্ছা।
নিজৰ বৃক্কৰ স্বাস্থ্যৰ প্রতি যত্ন লওক, নিয়মিত স্বাস্থ্য পৰীক্ষা কৰক আৰু সুস্থ জীৱনশৈলী বজাই ৰাখক।
Healthy Kidneys, Healthy Life.
— Dr. Ankit Ray
Consultant Nephrology
Swastha Hospital, Dibrugarh