Health Talks Assam

Health Talks Assam Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Health Talks Assam, Medical and health, Lachit Lane, Rajgarh Road, Gauhati.

29/11/2025

CANCER & TUMOR | বিনামূলীয়া পৰামৰ্শ / চিকিৎসা শিবিৰ | Dr Arup Karmakar MD.DNB

যুগনায়ক জুবিনদাৰ আদৰ্শৰে অনুপ্ৰাণিত ভেচ’কেয়াৰ কতৃপক্ষৰ আন এক নতুন পদক্ষেপ,

১৮ ডিচেম্বৰ ২০২৫ লৈকে ভেচ’কেয়াৰত চলি থকা ‘মায়াবিনী বিনামুলীয়া চিকিৎসা শিবিৰ’ ত পঞ্জীয়নভুক্ত ৰোগীসকলক

প্ৰয়োজনীয় কেঞ্চাৰ বা টিউমাৰ জনিত ৰোগৰ ইণ্টাৰভেনচনেল মিনিমেলি ইনভেচিব চাৰ্জাৰীৰ ক্ষেত্ৰত , চিকিৎসকৰ পাৰিশ্ৰমিক ( zero doctor/ surgeon fee) ৰেহাই দিয়াৰ ব্যৱস্থা কৰা হৈছে।

To Grab the opportunity:

Contact Us / what’s app for Pre registration at 🤙99671 75414

এই সেৱাসমুহৰ ভিতৰত
লিভাৰ কেঞ্চাৰৰ TACE (টেচ) বা (Microwave/Radio-frequency) Ablation,

যৰায়ূ আদিকৰি আন অংগৰ টিউমাৰ বা ৰক্তক্ষৰণৰ বাবে জৰুৰী হোৱা এম্বোলাইজেচন

পিটিবিডি আৰু বাইলডাক্ট ষ্টেন্টিং আদি ইন্টাৰভেনচন বা minimally invasive surgery অন্যতম ।

জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদি আমাৰ ভেচ'কেয়াৰ ক্লিনিক পৰিয়াল বৰ্গৰ তৰফৰ পৰা এয়া মাথোঁ আৰ্তজনৰ বাবে এক ক্ষুদ্ৰ প্ৰয়াস। আগন্তুক দিনত আমি জুবিন দাৰ আদৰ্শৰে নতুন নতুন কৰ্মৰাজিৰে ৰাইজক সেৱা আগবঢ়ায় যোৱাৰ চেষ্টা কৰিম।

তলত উল্লেখ কৰা নম্বৰত নতুন পঞ্জীয়নৰ বাবে যোগাযোগ কৰিব যাতে আমি সুচাৰু ৰূপে আপোনালোকক সেৱা আগবঢ়াব পাৰোঁ।

Contact Us / what’s app for Pre registration at 🤙99671 75414

Free consultation fee & Surgeon fee for any cancer and Tumor intervention // for Mayabini Free camp registered patient at Vasocare // Grab it // avail the limited time opportunities

Book an appointment
Call : 9967175414
www.drarupkarmakar.com/book-appointment

Free consultation fee & Surgeon fee for any cancer and Tumor intervention // for Mayabini Free camp registered patient a...
22/11/2025

Free consultation fee & Surgeon fee for any cancer and Tumor intervention // for Mayabini Free camp registered patient at Vasocare // Grab it // avail the limited time opportunities

গুৱাহাটী ৰাজগড় স্থিত ভেচ'কেয়াৰ ইন্টাভেনচনেল ৰেডিঅ'লজি ক্লিনিকত জুবিন গাৰ্গ দেৱৰ জন্মদিনৰ লগত সংগতি ৰাখি যোৱা ১৮ নভেম্বৰৰ পৰা ১৮ডিচেম্বৰলৈ সম্পূৰ্ণ এমাহ যোৰা দিন

কৰ্কট আৰু টিউমাৰ ৰোগত আক্ৰান্ত ৰোগীৰ আগতীয়া পঞ্জীয়ন অনুসৰি যি সকল ৰোগীয়ে বিনামূলীয়া স্বাস্থ্য পৰামৰ্শ লৈ আছে বা লবলৈ বিচাৰে সেইসকল ৰোগীৰ ভিতৰত ইন্টাৰভেনচনেল চিকিৎসা পদ্ধতিৰ প্ৰয়োজন থকা ৰোগীক consultation fee r উপৰিও প্ৰোয়জনীয় ইন্টাভেনচনেল চিকিৎসাৰ Surgeon fee সম্পূৰ্ণ ৰেহাই দিয়াৰ ব্যৱস্থা কৰা হৈছে।

এই সেৱাসমুহৰ ভিতৰত
লিভাৰ কেঞ্চাৰৰ TACE (টেচ) বা (Microwave/Radio-frequency) Ablation,

যৰায়ূ আদিকৰি আন অংগৰ টিউমাৰ বা ৰক্তক্ষৰণৰ বাবে জৰুৰী হোৱা এম্বোলাইজেচন পিটিবিডি আৰু বাইলডাক্ট ষ্টেন্টিং আদি ইন্টাৰভেনচন বা minimally invasive surgery অন্যতম ।

জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদি আমাৰ ভেচ'কেয়াৰ ক্লিনিক পৰিয়াল বৰ্গৰ তৰফৰ পৰা এয়া মাথোঁ আৰ্তজনৰ বাবে এক ক্ষুদ্ৰ প্ৰয়াস। আগন্তুক দিনত আমি জুবিন দাৰ আদৰ্শৰে নতুন নতুন কৰ্মৰাজিৰে ৰাইজক সেৱা আগবঢ়ায় যোৱাৰ চেষ্টা কৰিম। পেজত উল্লেখ কৰা নম্বৰত নতুন পঞ্জীয়নৰ বাবে যোগাযোগ কৰিব যাতে আমি সুচাৰু ৰূপে আপোনালোকক সেৱা আগবঢ়াব পাৰোঁ।

20/11/2025
20/11/2025

Thyroid Nodules Ablation | Before and After Ablation | Without SURGERY | Dr Arup Karmakar MD.DNB

এগৰাকী বিশিষ্ট চিকিৎসক ডাঃ অৰূপ জ্যোতি কৰ্মকাৰ !
তেখেত মানৱ দৰদি চিকিৎসক !
বহু চিকিৎসালয় ,বহু চিকিৎসক যেতিয়া হাৰ মানি যায় ,
সেই ৰোগী সকলকো সম্পূৰ্ণ সুস্থ কৰি তোলাৰ নজিৰ আছে ডাঃ অৰূপ জ্যোতি কৰ্মকাৰ ৰ ।

এয়া ধেমাজিৰ সুনিতা ভূঞা !
কম বয়সতে মহিলা গৰাকী ডিঙিৰ
থাইৰয়ড ৰ এক বিশেষ ৰোগত আক্ৰান্ত হৈ দিক বিদিক হেৰুৱাইছিল !
হয় তেখেতৰ Thyroid Gland Nodule ৰোগ হৈছিল !

এনেকৈয়ে দিন গৈ গৈ
মহিলা গৰাকী মানসিক ভাৱে
দুৰ্বল হৈ পৰিছিল !

কোনো ধৰনৰ দাগ নাথাকে
আৰু বহু দিনলৈকে মেডিচিন খোৱাৰো কোনো প্ৰয়োজন নাই !!!! এইখিনি কথা শুনাৰ পাছত
মহিলা গৰাকীয়ে যথেষ্ট সাহস পালে আৰু বহু দিন মূৰত মন খুলি হাঁহিলে !

ডাঃ অৰূপ জ্যোতি কৰ্মকাৰ
কেৱল চিকিৎসক নহয় !
তেখেত ভগৱান !
কথাষাৰ এফালৰ পৰা চাব গলে নোহোৱা নহয় !
মহিলা গৰাকীক মৃত্যু মুখত পৰিব বুলি এচাম চিকিৎসকে কৈছিল আৰু তেনে এটা ৰোগ অতি কম সময়ৰ ভিতৰত বিশিষ্ট চিকিৎসক অৰূপ জ্যোতি কৰ্মকাৰে নিৰাময় কৰি ধেমাজিৰ সুনিতা ভূঞাক এক নতুন জীৱন দিলে ।

এতিয়া গুৱাহাটীৰ 'VASOCARE' Exclusive Interventional Radiology ক্লিনিকত উপলদ্ধ অভিজ্ঞ চিকিৎসক ভাছকুলাৰ আৰু ইণ্টাৰভেনছনেল ৰেডিওলজিষ্ট ডাঃ অৰূপ জ্যোতি কৰ্মকাৰ Dr Arup Karmakar MD
(AFMC, PUNE) DNB (NBE, NEW DELHI)

আপোনাৰ ভাছকুলাৰ আৰু টিউমাৰ জনিত ৰোগৰ অত্যাধুনিক surgery বিহীন চিকিৎসাৰ পৰামৰ্শ লোৱাৰ বাবে যোগাযোগ কৰক ভেছকেয়াৰ, ৰাজগড় ৰোড, গুৱাহাটী, 9967175414

Location - Vasocare, Rajgarh Road, Guwahati Assam
For appointment of Dr. Arup Karmakar (Interventional Radiologist),
Call : +91 99671 75414

// Links :
Youtube : https://youtu.be/AdjNbL028sI?si=Fp7nFjmdAeoPPz6B
Website: www.drarupkarmakar.com
Gmail: vasocare18@gmail.com

Instagram: https://www.instagram.com/drarupkarmakar/?hl=en
Facebook: https://www.facebook.com/drarup2001
Twitter: https://twitter.com/drarupkarmakar?lang=en

ভেৰিকোজ ভেইন | Varicose veins অত্যাধুনিক  লেজাৰৰ দ্বাৰা ভেৰিকোচ ভেইন ( ভৰিৰ শিৰা ফুলা ) ৰোগৰ বিশেষ চিকিৎসা ।এই চিকিৎসাত...
19/11/2025

ভেৰিকোজ ভেইন | Varicose veins

অত্যাধুনিক লেজাৰৰ দ্বাৰা ভেৰিকোচ ভেইন ( ভৰিৰ শিৰা ফুলা ) ৰোগৰ বিশেষ চিকিৎসা ।এই চিকিৎসাত কোনোধৰনৰ কটাছিঙা বা দাগ নাথাকে l
ছবিখনৰ চিত্ৰগ্ৰহণ লেজাৰ চিকিৎসাৰ আগত আৰু চিকিৎসাৰ এমাহ পিছত ক্ৰমান্বয়ে ঠিক হৈ অহা দেখুৱাইছে ।

61 years old Lady Patients treated successfully for varicose veins at VASOCARE clinic, Guwahati Assam

VARICOSE VEIN Can now be treated with Advanced LASER TREATMENT / অত্যাধুনিক লেজাৰ চিকিৎসা

লেজাৰ চিকিৎসা / Laser Treatment for Varicose Veins available.

Dr Arup Karmakar, MD. DNB. PDCC
Interventional Radiologist

Call Us On +91 9967175414 to know about your treatment options!
Location - Vasocare, Rajgarh Road, Guwahati Assam - 7

Book An Appointment
website : https://www.drarupkarmakar.com/book-appointment
Youtube : https://youtu.be/GR9URzvr05A?si=BEUjLTTHvZPBdc0I

12/11/2025

বিনামূলীয়া চিকিৎসা পৰামৰ্শ শিবিৰ



অসমবাসীৰ হিয়াৰ আমঠু ইশ্বৰ পুত্ৰ জুবিন গাৰ্গ দেৱৰ জন্মদিনৰ সৈতে সংগতি ৰাখি

অহা ১৮ নম্ভেম্বৰ তাৰিখৰ পৰা ১৮ ডিচেম্বৰ লৈকে
সম্পূৰ্ণ এমাহ দিন অগ্ৰীম পঞ্জীয়নভুক্ত

দহজনকৈ ৰোগীক প্ৰতিদিনে

লিভাৰ, কিডনী আদিকৰি টিউমাৰ বা কৰ্কট ৰোগত আক্ৰান্ত

আৰু কৰ্কট ৰোগ জনিত বিষ,
জণ্ডিচ, পিটিবিডী বা লিভাৰৰ ষ্টেন্ট
লিভাৰ বা কিডনীত পানী জমা হোৱা,
কৰ্কট ৰোগ জনিত ৰক্তক্ষৰণ,
খাদ‍্যনলী ত টিউমাৰৰ ব্লক থাকিলে বাবে খাদ্য গ্ৰহনৰ
টিউব বা ষ্টেন্ট,
chemoport,

আদিৰ প্ৰয়োজনীয়তা থকা ইত্যাদি বিষয়ত আৰু

cancer Intervention ৰ বাবে
Mumbai Tata Memorial hospital ত প্ৰশিক্ষণ প্ৰাপ্ত
অভিজ্ঞ চিকিৎসক ডা.অৰূপজ্যেতি কৰ্মকাৰে
বিনামূলীয়া পৰামৰ্শ আগবঢ়াব।

গুৱাহাটীৰ ৰাজগড় স্থিত "VASOCARE INTERVENTIONAL RADIOLOGY CLINIC" ত

মায়াবিনী স্বাস্থ্য সেৱা হিচাপে নামাকৰণ কৰা এই স্বাস্থ্য সেৱা প্ৰতিদিনে পুৱা (except sundays and holidays ) 10বজাৰ পৰা আৰম্ভ হ'ব।

আগতীয়াকৈ w.app (+91 99671 75414 ) যোগে নিৰ্ধাৰিত প্ৰপত্ৰ পূৰণ কৰা প্ৰথম দহগৰাকী ৰোগীক

নিতৌ Consultation Date আৰু সময় Registerd ফোন নম্বৰত ক্লীনিক কতৃপক্ষৰ দ্বাৰা অৱগত কৰা হ'ব

বিনামূলীয়া পৰামৰ্শ শিবিৰ  অসমবাসীৰ হিয়াৰ আমঠু ইশ্বৰ পুত্ৰ জুবিন গাৰ্গ দেৱৰ জন্মদিনৰ সৈতে সংগতি ৰাখি অহা ১৮ নম্ভেম্বৰ  ...
06/11/2025

বিনামূলীয়া পৰামৰ্শ শিবিৰ



অসমবাসীৰ হিয়াৰ আমঠু ইশ্বৰ পুত্ৰ জুবিন গাৰ্গ দেৱৰ জন্মদিনৰ সৈতে সংগতি ৰাখি

অহা ১৮ নম্ভেম্বৰ তাৰিখৰ পৰা ১৮ ডিচেম্বৰ লৈকে
সম্পূৰ্ণ এমাহ দিন অগ্ৰীম পঞ্জীয়নভুক্ত

দহজনকৈ ৰোগীক প্ৰতিদিনে

লিভাৰ, কিডনী আদিকৰি টিউমাৰ বা কৰ্কট ৰোগত আক্ৰান্ত

আৰু কৰ্কট ৰোগ জনিত বিষ,
জণ্ডিচ, পিটিবিডী বা লিভাৰৰ ষ্টেন্ট
লিভাৰ বা কিডনীত পানী জমা হোৱা,
কৰ্কট ৰোগ জনিত ৰক্তক্ষৰণ,
খাদ‍্যনলী ত টিউমাৰৰ ব্লক থাকিলে বাবে খাদ্য গ্ৰহনৰ
টিউব বা ষ্টেন্ট,
chemoport,

আদিৰ প্ৰয়োজনীয়তা থকা ইত্যাদি বিষয়ত আৰু

cancer Intervention ৰ বাবে
Mumbai Tata Memorial hospital ত প্ৰশিক্ষণ প্ৰাপ্ত
অভিজ্ঞ চিকিৎসক ডা.অৰূপজ্যেতি কৰ্মকাৰে
বিনামূলীয়া পৰামৰ্শ আগবঢ়াব।

গুৱাহাটীৰ ৰাজগড় স্থিত "VASOCARE INTERVENTIONAL RADIOLOGY CLINIC" ত

মায়াবিনী স্বাস্থ্য সেৱা হিচাপে নামাকৰণ কৰা এই স্বাস্থ্য সেৱা প্ৰতিদিনে পুৱা (except sundays and holidays ) 10বজাৰ পৰা আৰম্ভ হ'ব।

আগতীয়াকৈ w.app (+91 99671 75414 ) যোগে নিৰ্ধাৰিত প্ৰপত্ৰ পূৰণ কৰা প্ৰথম দহগৰাকী ৰোগীক

নিতৌ Consultation Date আৰু সময় Registerd ফোন নম্বৰত ক্লীনিক কতৃপক্ষৰ দ্বাৰা অৱগত কৰা হ'ব

ভেৰিকোজ ভেইন | Varicose veins অত্যাধুনিক  লেজাৰৰ দ্বাৰা ভেৰিকোচ ভেইন (ভৰিৰ শিৰা ফুলা) ৰোগৰ বিশেষ চিকিৎসা ।এই চিকিৎসাত ক...
30/10/2025

ভেৰিকোজ ভেইন | Varicose veins

অত্যাধুনিক লেজাৰৰ দ্বাৰা ভেৰিকোচ ভেইন (ভৰিৰ শিৰা ফুলা) ৰোগৰ বিশেষ চিকিৎসা ।এই চিকিৎসাত কোনোধৰনৰ কটাছিঙা বা দাগ নাথাকে l
ছবিখনৰ চিত্ৰগ্ৰহণ লেজাৰ চিকিৎসাৰ আগত আৰু চিকিৎসাৰ এমাহ পিছত ক্ৰমান্বয়ে ঠিক হৈ অহা দেখুৱাইছে ।

50 years old Lady Patients treated successfully for varicose veins at VASOCARE clinic, Guwahati Assam

VARICOSE VEIN Can now be treated with Advanced LASER TREATMENT / অত্যাধুনিক লেজাৰ চিকিৎসা

লেজাৰ চিকিৎসা / Laser Treatment for Varicose Veins available.

Dr Arup Karmakar, MD. DNB. PDCC
Interventional Radiologist

Call Us On +91 9967175414 to know about your treatment options!
Location - Vasocare, Rajgarh Road, Guwahati Assam - 7

Book An Appointment
website : https://www.drarupkarmakar.com/book-appointment
Youtube : https://youtu.be/vu-e22AjIJM?si=Uw3eH2vAe3M9qzwb
https://youtu.be/4WraEzpoM9c?si=EwoSmWWvkvmkCBkZ

28/10/2025

টিউমাৰ কেন্সাৰ টিউমাৰ | কৰ্কট ৰোগ হলে ভয় নাখাব ! Not All Tumours are Cancer | Dr Arup Karmakar

টিউমাৰ বা কেন্সাৰ টিউমাৰ
ধুমুহা পাৰ হ’বলৈ অপেক্ষা কৰাৰ পৰিৱৰ্তে বৰষুণত নাচিবলৈ শিকক !!!
গোটেই কাহিনীটো নহয় , এয়া এক যোজনা !
কৰ্কট ৰোগ হলে ভয় নাখাব !
সন্দেহৰ উমান পোৱাৰ লগে লগে চিকিৎসক ৰ ওচৰলৈ যাওঁক !
এই ৰোগৰ বিষয়ে বিভিন্ন কথা জানিবলৈ আজিৰ অনুষ্ঠানটো চাওঁক

এতিয়া গুৱাহাটীৰ 'VASOCARE' Exclusive Interventional Radiology ক্লিনিকত উপলদ্ধ অভিজ্ঞ চিকিৎসক ভাছকুলাৰ আৰু ইণ্টাৰভেনছনেল ৰেডিওলজিষ্ট ডাঃ অৰূপ জ্যোতি কৰ্মকাৰ Dr Arup Karmakar MD (AFMC, PUNE) DNB (NBE, NEW DELHI)

আপোনাৰ ভাছকুলাৰ আৰু টিউমাৰ জনিত ৰোগৰ অত্যাধুনিক surgery বিহীন চিকিৎসাৰ পৰামৰ্শ লোৱাৰ বাবে যোগাযোগ কৰক ভেছকেয়াৰ, ৰাজগড় ৰোড, গুৱাহাটী, 9967175414

Location - Vasocare, Rajgarh Road, Guwahati Assam
For appointment of Dr. Arup Karmakar (Interventional Radiologist),
Call : +91 99671 75414

// Links :
Youtube : https://youtu.be/9yaEEV27kng
https://youtu.be/54YSwjDYuOM
https://youtu.be/aPg0tH_tADA

Website: www.drarupkarmakar.com
Gmail: vasocare18@gmail.com
Instagram: https://www.instagram.com/drarupkarmakar/?hl=en
Facebook: https://www.facebook.com/drarup2001
Twitter: https://twitter.com/drarupkarmakar?lang=en

18/10/2025

INTERVENTIONAL RADIOLOGY CANCER PAIN कैसे इलाज करता है | Dr Arup Karmakar MD DNB

কৰ্কট ৰোগৰ বিষ কিদৰে নিৰাময় কৰিব পাৰি তাৰ বিষয়ে বিভিন্ন কথা জানিবলৈ আজিৰ অনুষ্ঠানটো চাওঁক

এতিয়া গুৱাহাটীৰ 'VASOCARE' Exclusive Interventional Radiology ক্লিনিকত উপলদ্ধ অভিজ্ঞ চিকিৎসক ভাছকুলাৰ আৰু ইণ্টাৰভেনছনেল ৰেডিওলজিষ্ট ডাঃ অৰূপ জ্যোতি কৰ্মকাৰ Dr Arup Karmakar MD (AFMC, PUNE) DNB (NBE, NEW DELHI)

আপোনাৰ ভাছকুলাৰ আৰু টিউমাৰ জনিত ৰোগৰ অত্যাধুনিক surgery বিহীন চিকিৎসাৰ পৰামৰ্শ লোৱাৰ বাবে যোগাযোগ কৰক ভেছকেয়াৰ, ৰাজগড় ৰোড, গুৱাহাটী, 9967175414

Location - Vasocare, Rajgarh Road, Guwahati Assam
For appointment of Dr. Arup Karmakar (Interventional Radiologist),
Call : +91 99671 75414

// Links :
Youtube : https://youtu.be/5jdjE7GkA3Y
https://youtu.be/vmgAUSkw0S8
https://youtu.be/_tdTQQwT6sQ

Website: www.drarupkarmakar.com
Gmail: vasocare18@gmail.com
Instagram: https://www.instagram.com/drarupkarmakar/?hl=en
Facebook: https://www.facebook.com/drarup2001
Twitter: https://twitter.com/drarupkarmakar?lang=en

Address

Lachit Lane, Rajgarh Road
Gauhati
781007

Alerts

Be the first to know and let us send you an email when Health Talks Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Health Talks Assam:

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram