06/01/2026
We are delighted to announce that Dr. Samujjhal Bharadwaj, one of our team members, has been honored with the prestigious Yuva Lekhak Sanman 2025 award by the Publication Board Assam. This esteemed recognition is a testament to his exceptional writing skills and passion. We extend our heartfelt congratulations to Dr. Bharadwaj on this remarkable achievement.
আমি এইটো ঘোষণা কৰিবলৈ পাই সুখী হৈছো যে আমাৰ এজন সহকৰ্মী ড° সমুজ্জ্বল ভৰদ্বাজে প্ৰকাশন বৰ্ড অসমৰ দ্বাৰা আগবঢ়োৱা যুৱ লেখক সন্মান ২০২৫ বঁটা লাভ কৰিছে। এই সন্মানীয় স্বীকৃতি তেওঁৰ ব্যতিক্ৰমী লেখনশৈলীৰ এক উজ্জ্বল প্ৰতিফলন। আমি ড° ভৰদ্বাজক এই উল্লেখযোগ্য অৱদানৰ বাবে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো।