Dr. Arup Kumar Nath

Dr. Arup Kumar Nath Official page of Dr Arup Kumar Nath, Urologist (Kidney Super-Speciality Surgeon) & Chairman iUKD This is the official page of Dr. Arup Kumar Nath.

DR Arup Kumar Nath is a Senior Urologist MS MCh from Ahmedabad. His Team is a premium service provider for the patients suffering from verious Kidney Stone, Prostate diseases.

25/04/2026

আপোনালোকৰ বাবে লৈ আহিছোঁ এটি সুখবৰ৷ গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDত দেওবাৰেও খোলা থাকে OPD সেৱা৷ অভিজ্ঞতাসম্পন্ন ইউৰ’লজিষ্ট আৰু নেফ্ৰ’লজিষ্টৰ দ্বাৰা প্ৰস্ৰাৱ তথা কিডনীজনিত যিকোনো ৰোগৰ ক্ষেত্ৰত লাভ কৰক সু-চিকিৎসা৷ আনহাতে বি পি এল কাৰ্ডপ্ৰাপ্তসকলে এই ক্ষেত্ৰত লাভ কৰক বিনামূলীয়া পৰামৰ্শ; লগতে তেখেতসকলৰ বাবে আছে প্ৰয়োজনীয় পৰীক্ষা-নিৰীক্ষাৰ ক্ষেত্ৰতো বিশেষ ৰেহাইৰ ব্যৱস্থা৷
সময় ঃ পুৱা ১০ বজাৰ পৰা দিনৰ ২ বজালৈ৷
যোগাযোগৰ বাবে ফোন নম্বৰ ঃ 8011501833 অথবা 9864104444
Hospital Address-
Kidney Hospital
Institute of Urology and Kidney Diseases (iUKD)
Nazirakhat, Sonapur, Guwahati, Assam-782402
Phone Numbers : 8011501833, 9864104444

 #জন্মদিনৰ_আন্তৰিক_শুভকামনা         গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ খাদ্য যোগান বিভাগৰ কৰ্মচাৰী শ্ৰদ্ধাৰ ৰাত...
25/04/2026

#জন্মদিনৰ_আন্তৰিক_শুভকামনা
গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ খাদ্য যোগান বিভাগৰ কৰ্মচাৰী শ্ৰদ্ধাৰ ৰাতুল বৰাৰ আজি জন্মদিন উপলক্ষে iUKD হস্পিটেল কৰ্তৃপক্ষৰ লগতে মোৰ ফালৰ পৰাও জন্মদিনৰ অনেক শুভেচ্ছা তথা শুভকামনা জ্ঞাপন কৰিলোঁ৷
অনাগত দিনত আপোনালোকে সুস্বাস্থ্য তথা উৎসাহ, কৰ্ম-প্ৰেৰণাৰে কৰ্মক্ষেত্ৰত নিষ্ঠাসহকাৰে অধিক আগবাঢ়ি যাওক, তাকেই আশা কৰিলোঁ৷✨️💐🎂

 #যোৰাবাটৰ_ৰাইজৰ_বাবে_সুখবৰ !                    কিডনী হস্পিটেল iUKD, 'বীৰ লাচিত সেনা অসম'ৰ যোৰাবাট ডিমৰীয়া আঞ্চলিক সমিত...
25/04/2026

#যোৰাবাটৰ_ৰাইজৰ_বাবে_সুখবৰ !

কিডনী হস্পিটেল iUKD, 'বীৰ লাচিত সেনা অসম'ৰ যোৰাবাট ডিমৰীয়া আঞ্চলিক সমিতি আৰু ESKFৰ সহযোগত বিনামূলীয়া স্বাস্থ্য শিবিৰ৷
কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যা, কিডনী ষ্ট'ন, পুৰুষৰ প্ৰষ্টেটৰ সমস্যা, কিডনী বিকল হোৱা, ইউৰ'লজিকেল কেঞ্চাৰ, অথবা পুৰুষ-মহিলাৰ যিকোনো যৌন সমস্যাৰ ক্ষেত্রত বিনামূলীয়া চিকিৎসা গ্ৰহণ কৰক৷

স্থান : যোৰাবাট শ্রী শ্রী ভদ্রকালেশ্বৰী মন্দিৰ প্রাংগনত
দিনাংক : ২৯/০৪/২০২৬
সময় : দিনৰ ১১ বজাৰ পৰা
যোগাযোগৰ বাবে ফোন নম্বৰ :
8011501833, 7628881042 অথবা 9864104444

Hospital Address-
Kidney Hospital
Institute of Urology and Kidney Diseases (iUKD)
Nazirakhat, Sonapur, Guwahati, Assam-782402
Phone Numbers : 8011501833, 9864104444

❤️

iUKDত চিকিৎসক, কৰ্মচাৰী, ৰোগী, অভিভাৱক সমন্বিতে যোগাভ্যাস    :       যোগ হ’ল শাৰীৰিক আৰু মানসিক প্ৰশান্তিৰ এক উত্তম মাধ্...
25/04/2026

iUKDত চিকিৎসক, কৰ্মচাৰী, ৰোগী, অভিভাৱক সমন্বিতে যোগাভ্যাস :

যোগ হ’ল শাৰীৰিক আৰু মানসিক প্ৰশান্তিৰ এক উত্তম মাধ্যম৷

কিডনী হস্পিটেল iUKDত প্ৰতি শনিবাৰে পুৱা ৮ বজাৰ পৰা যোগগুৰু শ্ৰীযুত বিষ্ণুৰায় ৰাজবংশীৰ পৰিচালনাত চিকিৎসক, স্বাস্থ্যকৰ্মী, ৰোগী, অভিভাৱকৰ যৌথ প্ৰচেষ্টা তথা সহযোগিতাত যোগাভ্যাসৰ অংশ হিচাপে আজিৰ [২৫ এপ্ৰিল, ২০২৬] কেইখনমান স্থিৰ আলোকচিত্ৰ৷

iUKD ঠিকনা :
Institute of Urology and Kidney Diseases (iUKD)
Nazirakhat, Sonapur, Guwahati-782402
Phone Numbers: 8011501833, 9864104444

25/04/2026

#শিৱসাগৰৰ_ৰাইজৰ_বাবে_সুখবৰ !
কিডনী হস্পিটেল iUKD আৰু ESKFৰ সহযোগত বিনামূলীয়া স্বাস্থ্য শিবিৰ৷
কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যা, কিডনী ষ্ট'ন, পুৰুষৰ প্ৰষ্টেটৰ সমস্যা, কিডনী বিকল হোৱা, ইউৰ'লজিকেল কেঞ্চাৰ, অথবা পুৰুষ-মহিলাৰ যিকোনো যৌন সমস্যাৰ ক্ষেত্রত বিনামূলীয়া চিকিৎসা গ্ৰহণ কৰক৷
স্থান : মেডিলাইফ মেডিকেল ষ্ট'ৰ, শিৱসাগৰ ষ্টেচন চাৰিআলি, ইষ্ট যমুনা ৰোড, শিৱসাগৰ
দিনাংক : ১০ মে', ২০২৬, দেওবাৰ
সময় : পুৱা ১০ বজাৰ পৰা
যোগাযোগৰ বাবে ফোন নম্বৰ :
8011501833, 8133034748 অথবা 9864104444
Hospital Address-
Kidney Hospital
Institute of Urology and Kidney Diseases (iUKD)
Nazirakhat, Sonapur, Guwahati, Assam-782402
Phone Numbers : 8011501833, 9864104444

24/04/2026

#সুস্থ_যৌন_স্বাস্থ্য_এগৰাকী_প্ৰাপ্তবয়স্ক_লোকৰ_শৃংখলিত_জীৱনৰ_অন‍্যতম_আধাৰ

আপোনালোকৰ বাবে আছে এটি সুখবৰ৷ গুৱাহাটীৰ সোণাপুৰত অৱস্থিত কিডনী হস্পিটেল iUKDত প্ৰতি শনিবাৰে যিকোনো যৌন সমস্যাৰ ক্ষেত্ৰত পুৰুষ-মহিলা উভয়ৰে বাবে অভিজ্ঞতাসম্পন্ন যৌনৰোগ বিশেষজ্ঞৰ দ্বাৰা প্ৰদান কৰা হয় বিনামূলীয়া পৰামৰ্শ৷ লগতে প্ৰয়োজনীয় পৰীক্ষা-নিৰীক্ষাৰ ক্ষেত্ৰতো আছে বিশেষ ৰেহাইৰ ব্যৱস্থা৷
যোগাযোগৰ বাবে ফোন নম্বৰ : 8011501833 অথবা 9864104444

Hospital Address-
Kidney Hospital
Institute of Urology and Kidney Diseases (iUKD)
Nazirakhat, Sonapur, Guwahati, Assam-782402
Phone Numbers : 8011501833, 9864104444

 #শিৱসাগৰৰ_ৰাইজৰ_বাবে_সুখবৰ !                    কিডনী হস্পিটেল iUKD আৰু ESKFৰ সহযোগত বিনামূলীয়া স্বাস্থ্য শিবিৰ৷       ...
24/04/2026

#শিৱসাগৰৰ_ৰাইজৰ_বাবে_সুখবৰ !

কিডনী হস্পিটেল iUKD আৰু ESKFৰ সহযোগত বিনামূলীয়া স্বাস্থ্য শিবিৰ৷
কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যা, কিডনী ষ্ট'ন, পুৰুষৰ প্ৰষ্টেটৰ সমস্যা, কিডনী বিকল হোৱা, ইউৰ'লজিকেল কেঞ্চাৰ, অথবা পুৰুষ-মহিলাৰ যিকোনো যৌন সমস্যাৰ ক্ষেত্রত বিনামূলীয়া চিকিৎসা গ্ৰহণ কৰক৷
স্থান : মেডিলাইফ মেডিকেল ষ্ট'ৰ, শিৱসাগৰ ষ্টেচন চাৰিআলি, ইষ্ট যমুনা ৰোড, শিৱসাগৰ
দিনাংক : ১০ মে', ২০২৬, দেওবাৰ
সময় : পুৱা ১০ বজাৰ পৰা
যোগাযোগৰ বাবে ফোন নম্বৰ :
8011501833, 8133034748 অথবা 9864104444

Hospital Address-
Kidney Hospital
Institute of Urology and Kidney Diseases (iUKD)
Nazirakhat, Sonapur, Guwahati, Assam-782402
Phone Numbers : 8011501833, 9864104444

‘ক্ৰিকেটৰ ভগৱান’লৈ ওপজা দিনৰ ওলগ :              ‘ক্ৰিকেটৰ ভগৱান’, মাষ্টাৰ ব্লাষ্টাৰ হিচাপে খ্যাত ভাৰতবৰ্ষৰ সৰ্বকালৰ সৰ্ব...
24/04/2026

‘ক্ৰিকেটৰ ভগৱান’লৈ ওপজা দিনৰ ওলগ :

‘ক্ৰিকেটৰ ভগৱান’, মাষ্টাৰ ব্লাষ্টাৰ হিচাপে খ্যাত ভাৰতবৰ্ষৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰৰ আজি ওপজা দিন উপলক্ষে যুগদ্ৰষ্টাগৰাকীলৈ কিডনী হস্পিটেল iUKDৰ তৰফৰ পৰা অযুত শুভেচ্ছা তথা শুভকামনা জ্ঞাপন কৰিছোঁ৷ আনহাতে ঈশ্বৰৰ শ্ৰীচৰণত তেখেতৰ সুস্বাস্থ্য তথা দীৰ্ঘায়ু কামনা কৰিছোঁ ৷

🎂🎁🎉

 #পূব_সৰাগাঁৱত_iUKDৰ_বিনামূলীয়া_চিকিৎসা_শিবিৰ_সফলতাৰে_সম্পন্ন           গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKD, হেল্...
24/04/2026

#পূব_সৰাগাঁৱত_iUKDৰ_বিনামূলীয়া_চিকিৎসা_শিবিৰ_সফলতাৰে_সম্পন্ন

গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKD, হেল্পিংহেণ্ড সংস্থা আৰু পূব সৰাগাঁও ববৰাআটি মধুপুৰ ৰঙালী বিহু উৎসৱ উদ্‌যাপন সমিতিৰ উদ্যোগত তথা ESKFৰ সহযোগত যোৱা ২২ এপ্ৰিল, ২০২৬, বুধবাৰে নগাঁৱৰ পূব সৰাগাঁও ৰাজহুৱা মঞ্চত iUKDৰ কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ২০৬সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰ সফলতাৰে সম্পন্ন হয়৷ উক্ত চিকিৎসা শিবিৰটোত ৪০গৰাকী ৰোগীক কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ চিকিৎসা বিনামূলীয়াকৈ প্ৰদান কৰা হয়৷ এই বিনামূলীয়া চিকিৎসা শিবিৰত iUKDৰ চিকিৎসক ডাঃ মনীষা ঠাকুৰীয়া উপস্থিত থাকি কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাত ভোগা ৰোগীসকলক চিকিৎসা প্ৰদান কৰে আৰু তেওঁলোকৰ এই ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত বিধান দিয়াৰ লগতে বিনামূলীয়াকৈ ঔষধো বিতৰণ কৰে৷
উল্লেখ্য যে কিডনী হস্পিটেল iUKD-এ আমাৰ নেতৃত্বত চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ এটি সঁজাতী দলে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন চহৰ-নগৰলৈ গৈ ৰাইজৰ মাজত কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ক্ষেত্ৰত সজাগতাৰ সৃষ্টি কৰি অহাৰ লগতে এনে সমস্যাত ভোগা ৰোগীসকলক বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰি আহিছোঁ৷ আপোনালোকক জনাব বিচাৰিছোঁ যে সোণাপুৰত থকা iUKD হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম তথা একমাত্ৰ কিডনী হস্পিটেল, য’ত কেৱল কিডনী সম্পৰ্কীয় সকলো চিকিৎসা প্ৰদান কৰা হয়৷ আনহাতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ ইউৰ’লজিকেল ৰব’টিক ছাৰ্জাৰী সেৱাৰ দ্বাৰা অস্ত্ৰোপচাৰৰ সম্পাদন কৰি অসমৰ ইউৰ’লজিকেল চিকিৎসাৰ ক্ষেত্ৰত এক নতুন ধাৰাৰ সূচনা কৰিছে৷
অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কিডনীজনিত ৰোগত ভোগা ৰোগীসকলৰ ক্ষেত্ৰত আশানুৰূপ পদক্ষেপ গ্ৰহণ কৰি অসমখন এইধৰণৰ জটিল ৰোগৰ পৰা শংকামুক্ত কৰিব পাৰি, তাৰ বাবে আমি জনসাধাৰণৰ মাজত সচেতনতা তথা সজাগতা সৃষ্টিৰ উদ্দেশ্যে কাম কৰি আহিছোঁ৷ আপোনালোকৰো যদি কিডনী-সম্পৰ্কীয় কিবা অসুবিধাই দেখা দিয়ে, তেনেহ’লে পলম নকৰি কিডনী হস্পিটেল সৈতে যোগাযোগ কৰিব পাৰে৷ যোগাযোগৰ ফোন নম্বৰ ৮০১১৫০১৮৩৩, ৯৮৬৪১০৪৪৪৪.
Hospital Address-
Kidney Hospital
Institute of Urology and Kidney Diseases (iUKD)
Nazirakhat, Sonapur, Guwahati, Assam-782402
Phone Numbers : 8011501833, 9864104444

23/04/2026

Mrs. Lokha Sinha, a resident of Karimganj, expressed her feedback following her father’s successful surgery at the Kidney Hospital iUKD.

Address of iUKD :
Institute of Urology and Kidney Diseases (iUKD)
Nazirakhat, Sonapur, Guwahati-782402
Phone Numbers: 8011501833, 9864104444

23/04/2026

আপোনালোকৰ বাবে লৈ আহিছোঁ এটি সুখবৰ৷ গুৱাহাটীৰ সোণাপুৰত অৱস্থিত কিডনী হস্পিটেল iUKDত প্ৰতি শুকুৰবাৰে ইউৰ’লজিকেল কেঞ্চাৰ যেনে– কিডনীৰ কেঞ্চাৰ, ইউৰিনেৰি ব্লাডাৰত হোৱা কেঞ্চাৰ, যৌনাংগ আৰু অণ্ডকোষ তথা প্ৰষ্টেটৰ কৰ্কটৰ বাবে প্ৰয়োজনীয় চিকিৎসাৰ পৰামৰ্শ অভিজ্ঞতাসম্পন্ন ইউৰ’লজিষ্টৰ দ্বাৰা বিনামূলীয়াকৈ প্ৰদান কৰা হয়৷ লগতে প্ৰয়োজনীয় পৰীক্ষা-নিৰীক্ষাৰ ক্ষেত্ৰতো আছে বিশেষ ৰেহাইৰ ব্যৱস্থা৷
যোগাযোগৰ বাবে ফোন নম্বৰ ঃ 8011501833 অথবা 9864104444

Hospital Address-
Kidney Hospital
Institute of Urology and Kidney Diseases (iUKD)
Nazirakhat, Sonapur, Guwahati, Assam-782402
Phone Numbers : 8011501833, 9864104444

Address

Institute Of Urology & Kidney Diseases; Opp. Science City Road; Nazirakhat; Sonapur; Guwahati;
Gauhati
782402

Alerts

Be the first to know and let us send you an email when Dr. Arup Kumar Nath posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Dr. Arup Kumar Nath:

Share

Category