NHM ASSAM Employee

NHM ASSAM Employee unofficial page

মাননীয় মুখ্যমন্ত্ৰী মহোদয়,Himanta Biswa Sarma  SirNHM কৰ্মচাৰীৰ সম্পৰ্কত অনুগ্ৰহ কৰি বিবেচনা কৰে যেন...
08/01/2026

মাননীয় মুখ্যমন্ত্ৰী মহোদয়,
Himanta Biswa Sarma Sir

NHM কৰ্মচাৰীৰ সম্পৰ্কত অনুগ্ৰহ কৰি বিবেচনা কৰে যেন...

12/12/2025

Welcome to our New Executive Director NHM Assam Dr Abhijit Sarma sir 💐💐💐💐 #
09/12/2025

Welcome to our New Executive Director NHM Assam Dr Abhijit Sarma sir 💐💐💐💐 #

09/12/2025
মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ আপোনাৰ সবল নেতৃত্বৰ ওপৰত সদায় বিশ্বাস আৰু আশা কৰিছোঁ । খালী হৈ থকা পদ সমুহত...
07/12/2025

মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ
আপোনাৰ সবল নেতৃত্বৰ ওপৰত সদায় বিশ্বাস আৰু আশা কৰিছোঁ । খালী হৈ থকা পদ সমুহত আমাক বয়স অনুযায়ী ৫ বা ১০ বছৰ হৈ যোৱা কৰ্মচাৰী সকলক SRD ৰ জৰিয়তে নিয়মীয়া কৰি দিয়ে যেন । বহু আশাৰে আপোনালৈ বাট চাই

Himanta Biswa Sarma CMO Assam

07/12/2025
ধন্যবাদ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ আমাক   কৰ্মচাৰী সকলক 1) MMLSAY আঁচনি আৰু 2) Zero cost insurance sche...
06/12/2025

ধন্যবাদ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ আমাক কৰ্মচাৰী সকলক

1) MMLSAY আঁচনি আৰু

2) Zero cost insurance scheme ত

অন্তৰ্ভুক্ত কৰাৰ বাবে।

আপোনাৰ সবল নেতৃত্বৰ ওপৰত সদায় বিশ্বাস আৰু আশা কৰিছোঁ আমাৰ পে স্কেল মতে দৰমহা দিয়াৰ ব্যৱস্থা আৰু বয়স অনুযায়ী SRD ৰ জৰিয়তে কৰ্মচাৰী সকল নিয়মীয়া যেন হৈ উঠে । বহু আশাৰে আপোনালৈ বাট চাই

Himanta Biswa Sarma CMO Assam

আজি ৪ ডিচেম্বৰ, NHMৰ কৰ্মচাৰীসকলৰ কিছু দীৰ্ঘদিনীয়া দাবী তথা অভাৱ-অভিযোগ আছে যি সমূহ মই কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰাই মী...
04/12/2025

আজি ৪ ডিচেম্বৰ,

NHMৰ কৰ্মচাৰীসকলৰ কিছু দীৰ্ঘদিনীয়া দাবী তথা অভাৱ-অভিযোগ আছে যি সমূহ মই কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰাই মীমাংসা কৰিবলৈ যৎপৰোনাস্তি প্ৰচেষ্টা চলাই আহিছোঁ বুলি যোৱা ২৭ অক্টোবৰ অত নিজে কৈছিল আৰু কেইদিন মান, ১৫ দিন মান সময় বিচাৰিছিল কাম খিনি হৈ উঠিবলৈ ।

২৭ অক্টোবৰ পৰা আজিলৈ কিমান দিন হল Ashok Singhal মহোদয় ....???

মিছা কথা কিয় কৈছিল কৰ্মচাৰী সকলক ???

Himanta Biswa Sarma

  কৰ্মীৰ কষ্টৰ বলত পোৱা বঁটা বোৰ হাঁহি মুখেৰে গ্ৰহণ কৰি থকা ২০২১ ৰ অসম সৌৰভ বঁটা পোৱা MD মহোদয়ে দৰমহা কৰ্তন ত হাত উজান ...
04/12/2025

কৰ্মীৰ কষ্টৰ বলত পোৱা বঁটা বোৰ হাঁহি মুখেৰে গ্ৰহণ কৰি থকা ২০২১ ৰ অসম সৌৰভ বঁটা পোৱা MD মহোদয়ে দৰমহা কৰ্তন ত হাত উজান দিছে। অসমৰ এই কৰ্মী সকলক ভাল সৌৰভ বিলাইছে। গোটেই অসম মলমলাই গৈছে।

Address

Gauhati

Alerts

Be the first to know and let us send you an email when NHM ASSAM Employee posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram