27/09/2025
শিৱসাগৰ জিলাৰ জিলা দণ্ডাধীশ শ্ৰী আয়ুষ গর্গ মহোদয়ে সাম্প্রতিক সময়ত শিৱসাগৰ জিলাৰ ডিমৌ ৰাজহ চক্ৰৰ অধীনস্থ চুতীয়া কাটনী গাঁৱত গাহৰিৰ আফ্রিকান ছোৱাইন ফিভাৰৰ প্ৰকোপ বৃদ্ধি পোৱা সন্দৰ্ভত জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়াৰ পৰা প্ৰাপ্ত তথ্যৰ আধাৰত আফ্রিকান ছোৱাইন ফিভাৰ ৰোগৰ সংক্ৰমণ ৰোধৰ উদ্দেশ্যে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা-২০২৩ৰ ১৬৩ নং ধাৰাৰ অধীনত নিষেধাজ্ঞা আৰোপ কৰিছে।
State Veterinary Hospital, Phukan Nagar, Sivasagar
DrSangeeta Das
Rajen Sharma
Mintu Nath
Ratul Gogoi
District Animal Husbandry & Veterinary Office, Sivasagar