03/12/2025
আজি ৩ ডিছেম্বৰ, বিশ্ব প্ৰতিবন্ধী দিৱস । ১৯৯২ চনৰে পৰাই ৰাষ্ট্ৰসংঘই আজিৰ দিনটো "বিশ্ব প্ৰতিবন্ধী দিৱস" ৰূপে সমগ্ৰ বিশ্বজুৰি পালন কৰি আহিছে। বাধাগ্ৰস্ত লোকসকলক সমমৰ্যদা প্ৰদান কৰাৰ লগতে তেওঁলোকৰ সুৰক্ষা আৰু কল্যাণৰ হকে কাম কৰাই হৈছে আজিৰ দিনটোৰ তাৎপৰ্য ।