DrJahid

DrJahid মন আৰু মগজুৰ মাজৰ যুদ্ধত বিধ্বস্ত মই, ?

25/05/2022

কিমান নো প্ৰতিবাদ কৰিম! কিবা লিখিলেই চৰকাৰৰ বিপক্ষে গৈছে বুলি ভণ্ডসকলে প্ৰচাৰ চলায়! সকলো অন্যায় অবিচাৰ অত্যাচাৰ নিৰবে চাই থকাৰ বাদে বিকল্প দেখা নাই, কলম কাৰোবাৰ ভৰিৰ তলত সোমাই গৈছে!! কিন্তু আমি যে সদায় মানুহৰ পক্ষত, মানৱীয়তাৰ পক্ষত। বেছি নকওঁ, বটদ্ৰৱাৰ সেইফালে মোৰ কোনোবা বন্ধু আছে নেকি কওক। পিতৃ মাতৃৰ অবৰ্তমানত সেই শিশু দুটিৰ বৰ্তমান খবৰ কেনে জনাওঁক। সিহঁতৰ দায়িত্ব কোনোবাই ললে নেকি সবিশেষ জনাওঁক। দিনটো ব্যস্ত থাকোঁ, তাৰোপৰি আমি বহু দূৰত থাকো বাবে প্ৰত্যক্ষভাৱে একো সহায় কৰিব পৰা নাই, গতিকে শিশু দুটিৰ ভৱিষ্যত পুনৰ গঠন কৰিবলৈ আমি কিবা সহায় কৰিব পাৰোঁ নেকি জনাওঁক। অসহায় শিশু দুটিৰ বাবে আমি যুবসমাজে কি কৰিব পাৰোঁ চিন্তা কৰক, প্ৰতিবাদী লিখা মেলা লাগিলে পিছতেই কৰিম বাৰু 🙏🙏

24/05/2022

আত্মা এটাৰ যেতিয়া বাৰে বাৰে অপমৃত্যু হয় তেতিয়া সেই আত্মাটো চাগে প্ৰেতাত্মাৰ ৰূপ লয়! ধাৰণা হে কৰিছোঁ দেই, সচাঁ মিছা দুদিনমান পিছত হে গম পাম ।

শুভৰাত্ৰী 🙏🙏

23/05/2022

নিষ্পাপ অসহায় শিশু এটাৰ দুৰৱস্থা চাই অকল শিশুটিৰ মুছলমান পৰিচয়ৰ বাবেই যিসকলে হাঁহিব পাৰে, যিসকলে ফুৰ্তিত নাচে, যিসকলে তৃপ্তি অনুভৱ কৰে সেইসকলক মই ইমানেই ঘৃণা কৰোঁ যে হয়তো পায়খানাৰ কীট পতঙ্গ দেখিলেও মোৰ ইমান ঘৃণা নালাগে। গতিকে সেই ধৰণৰ পাশবিক মানসিকতাৰ মানুহৰূপী ভণ্ডহঁতৰ লগত মই জাতীয় পৰিচয়েৰে একেশাৰীতে থিয় হোৱাৰ কথাই আহিব নোৱাৰে।

22/05/2022

যিকোনো জাতিৰ মদাহীক মই সাংঘাতিক ঘৃণা কৰোঁ, কোনো মদাহীৰ প্রতি মোৰ সামান্যতমো সহানুভূতি নাই🙏🙏

শুভৰাত্ৰী

21/05/2022

যাক মই বেয়া পাওঁ তেওঁৰ পৰা আঁতৰি থাকি ভাল পাওঁ 🙏🙏

শুভৰাত্ৰী

Can I comment on this incidence??
21/05/2022

Can I comment on this incidence??

19/05/2022

যৌৱন, সময় আৰু টকা একেলগে পোৱাটো ইমান সহজ নহয়।

শুভৰাত্ৰী 🙏

18/05/2022

Whenever I feel alone, I feel relax ......!

Good night 🙏

14/05/2022

Good night

25/12/2021

জীৱন নামৰ কিতাপখনত থকা পুৰণি কলা পৃষ্ঠাবোৰ মাজে মাজে সময় উলিয়াই পঢ়িব লাগে, তেতিয়াহে সন্মুখৰ সমস্যাবোৰ জয়ী হব পৰাকৈ মোকাবিলা কৰিব পাৰি।

শুভৰাত্ৰী

25/10/2021

জীৱনত কিছুমান ভুল এনেকুৱাও হয় যিবোৰে আমাক পিছৰবাৰ আৰু শুধৰাবলৈ সুবিধা নিদিয়ে, ওলোটাই এটাৰ পিছত আন এটা ভুল কৰিবলৈ বাধ্য কৰায়... 😢

শুভৰাত্ৰী

17/10/2021

গুড মৰ্ণিং

গুপ্ত ৰোগেই হওক কিম্বা মানসিক ৰোগ, এইবোৰৰ উপযুক্ত চিকিৎসা নকৰি লুকুৱাই ৰাখিব বিচাৰিলে নিজৰ লগতে সমাজৰ যথেষ্ট পৰিমাণে ক্ষতি হোৱাৰ সম্ভাৱনা থাকে 😜

#পেট্ৰল ১১৪ টকা প্ৰতি লিটাৰ

Address

Dangarkuchi Chowk, Barpeta Road
Barpeta Road

Alerts

Be the first to know and let us send you an email when DrJahid posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to DrJahid:

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram

Category