Md Ejadul Hoque

Md Ejadul Hoque Adre Qualified (3rd grade)- 2025

21/03/2025

সকলোৱে page টো follow কৰিব। লগে লগে follow back পাই যাব।

24/04/2021
 * মৃত্যুৰ শোকে পিছ এৰা নাই বলীউডক৷ কৰ'নাৰ সংকটৰ মাজত মৃত্যুৰ খবৰে শোকাকুল কৰি তুলিছে বলীউড৷ মঙলবাৰে সন্ধিয়া বলীউড অভিনে...
14/06/2020


* মৃত্যুৰ শোকে পিছ এৰা নাই বলীউডক৷ কৰ'নাৰ সংকটৰ মাজত মৃত্যুৰ খবৰে শোকাকুল কৰি তুলিছে বলীউড৷ মঙলবাৰে সন্ধিয়া বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ প্ৰাক্তন মেনেজাৰ দিশা ছালিয়নৰ মৃত্যু হয়৷ জানিব পৰা মতে, সোমবাৰে মুম্বাইৰ মালাড জনকল্যাণ অঞ্চলৰ এটা ১৪ তলাৰ এপাৰ্টমেণ্টৰ পৰা জাঁপ দি আত্মহত্যা কৰে ২৮ বছৰীয়া দিশাই৷
* প্ৰাক্তন মেনেজাৰগৰাকীৰ মৃত্যুৰ খবৰত শোকত ম্ৰিয়মাণ হৈ পৰিছে সুশান্ত৷ ইনষ্টাগ্ৰামত কৰা এটা পোষ্টত তেওঁ লিখিছে, ‘অতি দুৰ্ভাগ্যজনক খবৰ আমাৰ বাবে৷ দিশাৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ৷ দিশ্যৰ মৃত আত্মাই শান্তি লাভ কৰক৷’
* 'ফুকৰে'ৰ জনপ্ৰিয় অভিনেতা বৰুন শৰ্মাৰ মেনেজাৰ হিচাপেও কাম কৰিছিল দিশাই৷ ইনষ্টাগ্ৰামত তেওঁ দিশাৰ লগত উঠা এখন ফটো শ্বেয়াৰ কৰি লিখিছে, ‘মই ভাষা বিচাৰি পোৱা নাই কিবা ক’বলৈ৷ হতবাক হৈছোঁ, বহু স্মৃতিয়ে মনত দোলা দিছে৷ এজন সহকৰ্মীৰ লগতে ভাল বন্ধুও আছিলা তুমি৷ সকলো সময়তে হাঁহি মুখেৰে কাম কৰা ছোৱালীজনী আজি আমাৰ মাজত নাই৷ বিশ্বাস কৰিবলৈ বহু টান হৈছে৷ প্ৰাৰ্থনা কৰিছোঁ তোমাৰ পৰিয়ালৰ বাবে।’

Address

Satrakanara
Barpeta
SATRAKANARA

Telephone

+919365109742

Website

Alerts

Be the first to know and let us send you an email when Md Ejadul Hoque posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram