DURGA MEDICAL HALL

DURGA MEDICAL HALL Only God Can Give Life Doctor Save it

26/01/2026

দুৰ্গা মেডিকেল হল তৰফৰ পৰা আপোনাৰলোকক
দেশৰ ৭৭তম গণৰাজ্য দিৱসৰ হিয়াভৰা ওলগ আৰু অভিনন্দন সকলোলৈকে
১৯৫০ চনৰ আজিৰ দিনটোতে সংবিধানৰ প্ৰণেতা ড° ভীমৰাও আম্বেদকাৰ দেৱৰ লগতে বহুতো স্বনামধন্য ব্যক্তিৰ ত্যাগ আৰু কষ্টৰ ফলত প্ৰস্তুত হোৱা দেশৰ চালিকাশক্তি "সংবিধান" খন কাৰ্যকৰী হৈছিল।
আজিৰ এই পৱিত্ৰ ক্ষণত সেই মহান স্বাধীনতা সংগ্ৰামী সকলোলৈ সশ্ৰদ্ধ প্ৰণাম আৰু সেৱা জনাইছোঁ।
Jai Hind Jai Bharat

23/01/2026

চিগাৰেট সেৱনে ক্ষতি কৰে, যাৰ ফলত ক্ৰনিক ব্ৰংকাইটিছ আৰু হাঁপানী (chronic bronchitis and asthma) হয়। ই নিকোটিন আৰু বিষাক্ত পদাৰ্থৰ বাবে হৃদপিণ্ডৰ ৰোগ (heart disease) আৰু উচ্চ ৰক্তচাপ (high blood pressure) বৃদ্ধি কৰে। মুখ আৰু ডিঙিৰ কৰ্কট ৰোগৰ সম্ভাৱনাও বাঢ়ে। efects on Body Systemsহাওঁফাওঁত ধোঁৱাই ক্ষতি কৰি শ্বাস-প্ৰশ্বাসৰ সমস্যা সৃষ্টি কৰে (damages lungs, causing breathing issues) ৰক্তনলীক ক্ষতিগ্ৰস্ত কৰি হাৰ্ট এটেকৰ ঝুঁকি বাঢ়ায় (narrows blood vessels, raises heart attack risk) মস্তিষ্কত প্ৰভাৱ পেলাকৈ ডিমেনচিয়া (dementia) হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়

23/01/2026

দুৰ্গা মেডিকেল হল বিহপুৰীয়াৰ
চিগাৰেট খোৱাৰ আগত কি কৰিব লাগিব আৰু কিমান মাৰাত্মক

দুৰ্গা মেডিকেল হল তৰফৰ পৰা আপোনাৰলোকক এই শুভ সময়ত মা সৰস্বতী আপোনাক জ্ঞানৰ আলোক প্ৰদান কৰক শুভ সৰস্বতী পূজা মা সৰস্বতীৰ...
23/01/2026

দুৰ্গা মেডিকেল হল তৰফৰ পৰা আপোনাৰলোকক
এই শুভ সময়ত মা সৰস্বতী আপোনাক জ্ঞানৰ আলোক প্ৰদান কৰক শুভ সৰস্বতী পূজা মা সৰস্বতীৰ কৃপাত আপোনাৰ জীৱন সফলতাত ভৰি পৰক।
প্ৰজ্ঞাৰ পোহৰে আলোকিত কৰি তোলক সকলোৰে জীৱন, জ্ঞানৰ পোহৰে অজ্ঞানতাৰ অন্ধকাৰ আঁতৰাই জিলিকাই তোলক সমগ্ৰ সমাজ, তাৰেই কামনাৰে সকলোলৈকে আই সৰস্বতী পূজাৰ আন্তৰিক শুভকামনা।🙏

23/01/2026
20/01/2026

যদি আপোনাৰ এই লক্ষন দেখা যায় তেন্তে আপোনাৰ দেখুওৱা ব লগা ডাক্তৰ
এম.বি.বি.এচ. এম.এচ. এম.চি.এইচ MBBS, MS, M.CH
স্লিপ ডিক্স স্ট্রোক মৃগী ৰোগ মূৰৰ বিষ মগজুৰ টিউমাৰ Slipped Disc মগজুৰ আঘাট শিশুৰ স্নায়ু ৰোগ মেৰুদণ্ডৰ টিউমাৰ অস্ত্রোপচাৰ
যিকোনো স্নায়ুৰোগকঁকাল আৰু ডিঙিৰ বিষ
হাত ভৰিৰ জিন জিননি, জ্বলাপোৰা
Sensation in the feet এনেধৰণৰ সমস্যাই দেখা দিলে বিশেষজ্ঞ চিকিৎসকৰ লগত দেখুৱাব
Slipped Disc Stroke Epilepsy Headache
Brain Tumor Brain Trauma Child Neurological Disorders
Spinal Cord Tumor Surgery Any Neurological Disorder
Back & Neck PainNumbness, Tingling & Burning
স্লিপ ডিক্স স্ট্রোক মৃগী ৰোগ মূৰৰ বিষ মগজুৰ টিউমাৰ Slipped Disc মগজুৰ আঘাট শিশুৰ স্নায়ু ৰোগ মেৰুদণ্ডৰ টিউমাৰ অস্ত্রোপচাৰ
যিকোনো স্নায়ুৰোগকঁকাল আৰু ডিঙিৰ বিষ
হাত ভৰিৰ জিন জিননি, জ্বলাপোৰা
Sensation in the feet এনেধৰণৰ সমস্যাই দেখা দিলে আমার বিশেষজ্ঞ চিকিৎসকৰ লগত যোগাযোগ
Slipped Disc Stroke Epilepsy Headache
Brain Tumor Brain Trauma Child Neurological Disorders
Spinal Cord Tumor Surgery Any Neurological Disorder
Back & Neck PainNumbness, Tingling & Burning

Address

Bihpuria Near Bharat Gas Agency Ghy Road
Bihpuriagaon
784161

Telephone

+917086510095

Website

Alerts

Be the first to know and let us send you an email when DURGA MEDICAL HALL posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to DURGA MEDICAL HALL:

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram