22/02/2022
যাত্ৰা এম্বুলেন্স সেৱা ৰাইজৰ নামত উৎসৰ্গিত৷ গাড়ীখনৰ মাহেকীয়া কৃষ্টি, ড্ৰাইভাৰৰ দৰমহা আদিকে ধৰি আমাৰ বহুতো খৰছ আহি পৰে গাড়ীখন চলাবৰ বাবে ৷ সেইয়ে আমি দিব পৰা ব্যক্তিসকলৰ পৰা গাড়ীৰ ভাড়া লও ৷দুখীয়া ব্যক্তিক 500 টকাটো লখিমপুৰ নি পাইছো ৷আজি দুমাহ ধৰি আমি আমাৰ গাঁঠিৰ ধন খৰছ কৰি কিস্তি বা ড্ৰাইভাৰৰ দৰমহা দি আছো ৷ ইয়াৰ মাজতো সমাজৰ দিব পৰা ব্যক্তিকেইজনমানে এম্বুলেন্সৰ ভাড়া অনাদায় কৰি ৰাখিছে ৷ এনেকুৱা কৰিলে আমি এম্বুলেন্সখন আতৰৰ ব্যক্তিগত হস্পিতালত দিয়াৰ ব্যৱস্থা কৰিব লাগিব ৷ গতিকে সকলোৱে নিজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আমাক সহযোগ কৰিবলৈ সেৱা ধৰিলো৷