08/09/2025
*****অহা Thursday (বৃহস্পতিবার) দিন লগ পাব*****বঙাইগাওঁ***Wellness care****
*****সন্ধিয়া:05.00PM to 08.00PM*******
Best Lady Skin Specialist in our Bongaigaon.
চৰ্ম আৰু গুপ্তৰোগ ৰোগ আদিৰ বিশেষজ্ঞ ।
ডা:ফাৰহীন মিস্ত্ৰী ।
Dr.Farhin Mistry.
MBBS,MD(SKIN)
(Dermatology,Venereology & Leprosy)
Consultant Skin specialist & Cosmetology.
Expert in Skin,Hair and Nail Disease.
বেমাৰৰ লক্ষণ সমূহ:-
➡️ছালৰ বগা বেমাৰ, চুলকানি, মুখৰ দাগ, ঘা, বৰুণ ইত্যাদি।
➡️সুন্দৰতাৰ চিকিৎসা, আচুল, এলাৰ্জি, হাত-ভৰি আৰু গা ফটা ।
➡️ছালৰ লাল দাগ, কলা দাগ, কুষ্ঠৰোগ, শিশুৰ ছালৰ বেমাৰ।
➡️চুলি পৰা সমস্যা, চকুৰ তলত কলা পৰা দাগ, ছালৰ আৰু চুলিৰ যিকোনো ৰোগৰ চিকিৎসাৰ সুবিধা পাব।
Address:-WELLNESS CARE
(Advance Ortho & Pain' Clinic)
Dr.CM Das Road,Opposite Swagat Hospital.Bongaigaon-783380(Assam).
🤙+919435046330/03664358293
24x7 hrs
All kinds of medicine..Free Home Delivery service available at your Door step.