Dr Chowdhury's Homeopathic Clinic

Dr Chowdhury's Homeopathic Clinic A reliable house for Homoeopathic and Biochemic theraputic.

12/03/2024

অহা ১১ এপ্ৰিল লৈকে ক্লিনিক আবেলি ৭-৩০ বজাত বন্ধ হব৷

25/07/2023

Doctor will not available on 26th July/23 (Wednesday)

10/02/2023

Clinic will be close on 10,11&12 February 2023.

A reliable house for Homoeopathic and Biochemic theraputic.

21/10/2022

Notice:
Clinic will remain close on 24th & 25th October.
For the convenience of patients Sunday(23rd Oct) Clinic will be open.

Services Now Available
18/07/2022

Services Now Available

Clinic will be closed till 15 th of August 2021.
11/08/2021

Clinic will be closed till 15 th of August 2021.

অহা ১৪ মে ২০২১ লৈকে মই ক্লিনিক ত উপস্থিত থাকিব নোৱাৰিম৷প্ৰয়োজনত পুৰনি ৰোগীয়ে ফোন যোগে পৰামৰ্শ লব পাৰিব৷ধন্যবাদেৰেডা° আৰ ...
08/05/2021

অহা ১৪ মে ২০২১ লৈকে মই ক্লিনিক ত উপস্থিত থাকিব নোৱাৰিম৷
প্ৰয়োজনত পুৰনি ৰোগীয়ে ফোন যোগে পৰামৰ্শ লব পাৰিব৷
ধন্যবাদেৰে
ডা° আৰ আই চৌধুৰী৷

I will not be available in Clinic upto 14th May2021.Existing patient may consult with me over telephone.RegardsDr. R. I....
08/05/2021

I will not be available in Clinic upto 14th May2021.
Existing patient may consult with me over telephone.
Regards
Dr. R. I. Chowdhury.

 .Your Body fat percentageMuscle percentageWater PercentageBody Mass Index Total Bone weight etc.Are Checked by Body Sca...
19/01/2021

.
Your Body fat percentage
Muscle percentage
Water Percentage
Body Mass Index
Total Bone weight etc.
Are Checked by Body Scanning Machine with Nutrition Counseling.

Dr R I Chowdhury will not be available in Clinic from 23rd to 26th Oct2020.Wish you all Happy Durga Puja.ডা° আৰ আই চৌধুৰ...
22/10/2020

Dr R I Chowdhury will not be available in Clinic from 23rd to 26th Oct2020.
Wish you all Happy Durga Puja.
ডা° আৰ আই চৌধুৰী ২৩ৰ পৰা ২৬ অক্টোবৰ লৈকে ক্লিনিকত উপস্থিত নাথাকিব৷
সকলোলৈ শাৰদীয় দূৰ্গা পূজাৰ শুভেচ্ছা থাকিল৷

🔴 #ৰান্ধনীশালত_Cantharis #হোমিওপেথিক Cantharis মলম আপোনাৰ ৰান্ধনীশালত মজুত ৰাখক। Cantharis Q(তৰল) ও ৰাখিব পাৰে৷ যি কোনো ...
08/10/2020

🔴 #ৰান্ধনীশালত_Cantharis #
হোমিওপেথিক Cantharis মলম আপোনাৰ ৰান্ধনীশালত মজুত ৰাখক। Cantharis Q(তৰল) ও ৰাখিব পাৰে৷ যি কোনো সময়ত জুইৰ তাপত বা গৰম তেল আদি চিটিকি পৰি সামান্য দগ্ধ হলে Cantharis মলম বা Cantharis Qপানীৰ লগত মিহলি কৰি দগ্ধ স্হানত লগাই দিব, চাব আঘাতপ্ৰাপ্ত স্থানৰ জ্বলা-পুৰা শীঘ্ৰেই কমি যাব৷।কোন প্রকাৰ ফোহাও নহয়।যদি শক্তিযুক্ত ক্যান্থারিস (Canthearis30 বা200) ঘৰত মজুত থাকে তেনেহলে ৩/৪ ঘন্টাৰ মূৰে মূৰে ৩/৪ খোৰাক সেবন কৰিলে দ্ৰুত আৰোগ্য লাভ কৰিব৷
বি:দ্ৰ:- আঘাত অলপ বেছি(Moderate) বা বহুত বেছি(Severe) হলে চিকিৎসকৰ পৰামৰ্শ লওক৷

ডা° ৰাকিবুল ইচলাম চৌধুৰী৷
ডা° চৌধুৰী'জ হোমিওপেথিক ক্লিনিক৷
ধুবুৰী৷ যোগাযোগ-+91 8403005272.

নিউৰেল_টিউব_ডিফেক্ট_(NTD). *নিউৰেল টিউব ডিফেক্ট* হ’ল শিশুৰ মগজু আৰু স্পাইনেল কৰ্ডৰ এবিধ জন্মগত বিসংগতি৷ এই বিসংগতি দুই ধ...
21/09/2020

নিউৰেল_টিউব_ডিফেক্ট_(NTD).

*নিউৰেল টিউব ডিফেক্ট* হ’ল শিশুৰ মগজু আৰু স্পাইনেল কৰ্ডৰ এবিধ জন্মগত বিসংগতি৷ এই বিসংগতি দুই ধৰণৰ দেখিবলৈ পোৱা যায়৷
১/ *Spinal bifida* য’ত সাধাৰনতে শিশুটোৰ কিছু স্নায়ু নষ্ট(Damage) হয়, যাৰ বাবে শিশুৰ ভৰিৰ অংশ পেৰালাইচিছ্‌ হয়৷
২/ *Anencephaly* য’ত শিশুৰ মস্তিষ্কৰ বিকাশ নহয়৷ এনে শিশু আমি সচৰাচৰ দেখিবলৈ নাপাও, কাৰণ এনে শিশু হয় মাতৃৰ গৰ্ভতে মৃত্যু হৈ গৰ্ভাপাত হয় নাইবা জন্মৰ কিছু সময়ৰ ভিতৰতে মৃত্যু হয়৷

#মূখ্য_কাৰণ-* এনে বিসংগতিৰ প্ৰধান কাৰণ মাতৃৰ শৰীৰত ফলিক এচিড (এবিধ ভিটামিন B) ৰ অভাব৷

#বিশেষ_দ্ৰষ্টব্য* যে নিউৰেল টিউব ডিফেক্ট গৰ্ভ ধাৰনৰ প্ৰথম চাৰি সপ্তাহৰ ভিতৰতে ঘটিত হয় য’ত মহিলা এগৰাকীক কমেও চাৰি সপ্তাহৰ পিছতহে গৰ্ভবতী বুলি চিনাক্ত কৰা হয়৷ অৰ্থাৎ মহিলা এগৰাকী গৰ্ভবতী বুলি গম পোৱাৰ আগতেই নিউৰেল টিউব ডিফেক্ট সংঘটিত হব পাৰে৷

#প্ৰতিকাৰ* :
নিউৰেল টিউব ডিফেক্ট ৰ পৰা হাত সাৰিবলৈ মহিলা এগৰাকী গৰ্ভধাৰনৰ পৰিকল্পনা কৰাৰ দিনৰ পৰাই গৰ্ভধাৰনৰ ১২ সপ্তাহলৈকে নিতৌ 5mg folic acid সেৱন কৰিব লাগে৷
ইয়াৰোপৰি ফলিক এচিড (ভিটামিন B) যুক্ত খাদ্য যেনে সেউজীয়া শাক পাছলি আদি বেছিকৈ খাব লাগে৷
গৰ্ভবতী অৱস্থাত সুৰা সেৱন বা ধূমপানৰ পৰা বিৰত থাকিব লাগে৷

অধিক জানিবলৈ চিকিৎসকৰ পৰামৰ্শ লওক৷

ডা° আৰ আই চৌধুৰী
বি এইচ্ এম এচ
ডা° চৌধুৰী'জ হোমিওপেথিক ক্লিনিক৷
যোগাযোগ(ক্লিনিক): 8403005272

Address

Jhagrarpar
Dhuburi
783325

Opening Hours

Monday 4pm - 8pm
Tuesday 4pm - 8pm
Wednesday 4pm - 8pm
Thursday 4pm - 8pm
Friday 4pm - 8pm
Saturday 4pm - 8pm

Telephone

+918403005272

Website

Alerts

Be the first to know and let us send you an email when Dr Chowdhury's Homeopathic Clinic posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Dr Chowdhury's Homeopathic Clinic:

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram

Category