Swastha Hospital Dibrugarh

Swastha Hospital Dibrugarh Care and Compassion are at the heart of our work. Upper Assam's trusted choice for your health. NABH Accredited To know more, visit our website or call us.
(1)

Swastha Hospital is a Multi-Speciality Hospital in Dibrugarh with state-of-the-art infrastructure and specialist team. Located at Graham Bazaar Tiniali, the Hospital is established with the aim of providing safe and quality care to patients of this region. With a team of specialists and 24x7 Critical Care Specialists and Resident Doctor Support, the Hospital houses one of the most modern and equipped Intensive Care Unit (ICU) in Upper Assam. With the assurance of high-quality treatment, commitment to safety and transparent communication, we are the safest choice for your loved ones when it comes to treatment and recovery. Our values are represented in our care and our success in our recoveries.

Happy Republic Day
26/01/2026

Happy Republic Day

23/01/2026

From pixels to diagnosis — magic happens here.
Scan. Detect. Protect.
Your health, our priority.

22/01/2026

হাৰ্টৰ অপাৰেচন সুকলমে হোৱাৰ পিছত ধন্যবাদ জনালে স্বস্থা চিকিৎসালয়ক।
হস্পাতাল নাপাবগৈ বুলি আশা এৰি দিয়া মানুহজনক সঠিক চিকিৎসা আৰু অস্ত্ৰোপ্ৰচাৰে জীয়াই তোলাত হৃদৰোগ বিশেষজ্ঞ ডাঃ ৰেজা বৰাক ঈশ্বৰে যেন ৰক্ষা কৰিবলৈয়ে পঠিওৱা দূত বুলি ক'লে পৰিয়ালে।

স্বস্থা পৰিয়ালৰ বাবে আপোনাৰ শাৰীৰিক সুস্থতাই কৰ্তব্য।
আপুনি কুশলে থাকক।


20/01/2026

দায়িত্ব আৰু কৰ্ম ব্যস্ততাৰ মাজত আমি অলপমান সময় নিজৰ বাবে উলিয়ালো।
ইংৰাজী নৱবৰ্ষ আৰু ভোগালী বিহুৰ মাদকতাৰ মাজতে Swastha Hospital আৰু Renofresh Dialysis Centreৰ পৰিয়ালে আয়োজন কৰিলোঁ এটি প্ৰীতিভোজৰ । হাঁহি, ধেমালি, আনন্দৰ মূহুৰ্তবোৰে আন্তৰিকতাৰ এনাজৰীডাল আৰু বেছি শক্তিশালী কৰি তুলিলে ।


13/01/2026

আপোনালোক সকলোলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছো।

আপুনি জানেনে?আপোনাৰ দৈনন্দিন জীৱনশৈলীও হৃদৰোগৰ কাৰক হ'ব পাৰে।গতিকে  সুস্থ জীৱনশৈলী আৰু সঠিক  আহাৰ গ্ৰহণ কৰক আৰু সুস্থ থা...
13/01/2026

আপুনি জানেনে?
আপোনাৰ দৈনন্দিন জীৱনশৈলীও হৃদৰোগৰ কাৰক হ'ব পাৰে।
গতিকে সুস্থ জীৱনশৈলী আৰু সঠিক আহাৰ গ্ৰহণ কৰক আৰু সুস্থ থাকক।

10/01/2026

কেতিয়াবা জীয়াই থকাটোৱেই আশাৰ এক কাহিনী হৈ পৰে। এয়া এনে এক যাত্ৰা যিয়ে আমাক সোঁৱৰাই দিয়ে যে চিকিৎসা সেৱাৰ ওপৰত বিশ্বাস কিয় গুৰুত্বপূৰ্ণ।

গুলাপ চন্দ্ৰ শইকীয়াক ৰক্তচাপজনিত আঘাত (ষ্ট্ৰোক)ৰ সৈতে ভৰ্তি কৰা হৈছিল আৰু তেওঁৰ মগজুৰ এক জটিল অস্ত্ৰোপচাৰৰ প্ৰয়োজন আছিল। সময়মতে হস্তক্ষেপ, সযত্ন নিৰীক্ষণ আৰু নৈতিক চিকিৎসা সেৱাৰ জৰিয়তে অস্ত্ৰোপচাৰ সফলতাৰে সম্পূৰ্ণ হয়। স্বস্থা চিকিৎসালয়ে প্ৰতিজন ৰোগীক সন্মান, স্বচ্ছতা আৰু দায়বদ্ধতাৰে চিকিৎসা প্ৰদান কৰা হয় ।

📞 Book your appointment today - 69012 58075

📍 Location: SWASTHA HOSPITAL A, T. Road, Graham Bazar, Tiniali, Dibrugarh, Assam 786001

08/01/2026

যিমান ব্যস্তময় জীৱনেই নহওক কিয়!নিজৰ শৰীৰটো অৱহেলা নকৰিব।
ৰোগে ব্যস্ততা নুবুজে — উচ্চ ৰক্তচাপ, ভাগৰ আদি হৃদৰোগৰ কাৰণ হ'ব পাৰে।
আজিয়েই সজাগ হওঁক, স্বাস্থ্যক প্ৰাধান্য দিয়ক।

স্বচ্ছতা মানেই সুৰক্ষা, সুৰক্ষা মানেই সুস্থতা। চিকিৎসালয়ত সংক্রমণ নিয়ন্ত্ৰণ কেৱল নিয়ম নহয়—ই হৈছে ৰোগীৰ জীৱনৰ সুৰক্ষা...
05/01/2026

স্বচ্ছতা মানেই সুৰক্ষা, সুৰক্ষা মানেই সুস্থতা।
চিকিৎসালয়ত সংক্রমণ নিয়ন্ত্ৰণ কেৱল নিয়ম নহয়—ই হৈছে ৰোগীৰ জীৱনৰ সুৰক্ষাৰ প্ৰতিশ্ৰুতি।

Swastha Hospitalত
✔ উন্নত সংক্রমণ নিয়ন্ত্ৰণ ব্যৱস্থা
✔ বিশেষভাবে নিযুক্ত Infection Control Nurse
✔ NABH নিৰ্দেশনা অনুসৰণ

কাৰণ আপোনাৰ সুস্থতাই আমাৰ প্ৰথম প্ৰাধান্য।
স্বচ্ছ পৰিৱেশ, নিৰাপদ চিকিৎসা—এইয়াই Swastha Hospitalৰ প্ৰতিশ্ৰুতি।

Happy New Year2026New Year, New Hope for Better HealthAs we welcome the New Year, Swastha Hospital reaffirms its commitm...
31/12/2025

Happy New Year
2026

New Year, New Hope for Better Health

As we welcome the New Year, Swastha Hospital reaffirms its commitment to compassionate care, advanced treatment, and patient-first healing.
Let 2026 be the year you choose health, trust, and timely care.
Because good health is the greatest resolution.





31/12/2025

সুস্থ জীৱনৰ বাবে--নতুন বছৰত, নতুন সংকল্প।

Swastha Hospitalৰ ডাক্তৰ আৰু নাৰ্ছসকলে জনসাধাৰণৰ বাবে দিলে স্বাস্থ্য বাৰ্তা।
এই নতুন বছৰত সৰু সৰু স্বাস্থ্য সংকল্পেৰে আৰম্ভ কৰক—কাৰণ আপোনাৰ সুস্থতাই আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ।
🏥 Swastha Hospital – সদায় আপোনাৰ যত্নত।

❤️

31/12/2025

99% হাৰ্ট ব্লকেজ থকাৰ পাছতো একমাত্ৰ স্বস্থা হাস্পতালৰ হৃদৰোগ বিশেষজ্ঞ ডাঃ ৰেজা বৰাৰ দক্ষতা আৰু তৎকালীন চিকিৎসাৰ বাবে সংকটমুক্ত হৈ হাঁহি মুখুৰে ঘৰলৈ উভতে।
পৰিয়ালৰ লোকৰ মতে স্বস্থাতহে ৰোগীৰ বাবে ব্যক্তিগত নাৰ্ছৰ সুবিধা আছে।

Address

A. T. Road, Graham Bazar Tiniali
Dibrugarh
786001

Alerts

Be the first to know and let us send you an email when Swastha Hospital Dibrugarh posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Swastha Hospital Dibrugarh:

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram

Category