13/04/2020
অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষ উপলক্ষে অসমবাসী ৰাইজলৈ আন্তৰিক ওলগ তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে মাজৰ পৰা হিংসা, ভেদ-ভাৱ আঁতৰি ভাতৃত্ব বোধৰ এনাজৰি ডাল সূদূঢ় হোৱাৰ লগতে শান্তি-সম্প্ৰীতি-সমৃদ্ধিৰে উদ্ভাসিত হৈ উঠক ৰাজ্যৰ প্ৰতিটো প্ৰান্ত।
#ঘৰতে_থাকক #কুশলে_থাকক