01/12/2025
জিইআৰডি:
আপোনাৰ মুখত সকলো সময়তে এচিড ৰিফ্লাক্স(মুখলৈ টেঙা পানী) হৈছে নেকি?
অথবা বুকুৰ তলৰ অংশত বা পেটৰ ওপৰৰ অংশত জ্বলা-পোৰা ?
ই GERD ( Gastro eosophageal reflux disease ) ৰ লক্ষণ হ ’ ব পাৰে ৷
ইয়াৰ চিকিৎসা কৰিব পৰা যায়।
GERD:
Do you have acid reflux,soury water in your mouth ?
Or burning sensation in the lower chest or upper abdomen ?
It might be a symptom of GERD ( Gastro eosophageal reflux disease ) .
It is treatable.
https://www.facebook.com/share/p/1GrobmdPmC/