03/12/2025
২ ডিচেম্বৰ ২০২৫ তাৰিখ মঙ্গলবাৰে দীনবান্ধৱী শুচিব্ৰতা ৰায় চৌধুৰীৰ ১৬তম মৃত্যু তিথিৰ দিনা "আমাৰ ঘৰ"ৰ বাকৰিত তেখেতৰ স্মৃতিচাৰণ সভা এখন অনষ্ঠিত হয়। লগতে এইবাৰৰ শুচিব্ৰতা ৰায়চৌধুৰী সমাজ সেৱা বঁটা লক্ষীমপুৰ জিলাৰ ঢকুৱাখনাৰ শগুণ সংৰক্ষক অসম গৌৰৱ শ্ৰীমতী ফুলেশ্বৰী দত্তক প্ৰদান কৰা হয়।
সভাত কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে বৰবাৰী লিখিকা সন্থাৰ সদস্য সকলে অংশগ্ৰহণ কৰে।