ঘোঁৰামাৰা জানপাৰ শিশু কল্যাণ সংঘ

  • Home
  • India
  • Guwahati
  • ঘোঁৰামাৰা জানপাৰ শিশু কল্যাণ সংঘ

ঘোঁৰামাৰা জানপাৰ শিশু কল্যাণ সংঘ Ghoramara Janpar Child Welfare Association was established in 1985 . Registered association.

ঘোঁৰামাৰা জানপাৰ শিশু কল্যাণ সংঘ ৰ ৩য় সংখ্যক প্ৰাচীৰ পত্ৰিকা"জ্যোতিষ্মান"
15/08/2024

ঘোঁৰামাৰা জানপাৰ শিশু কল্যাণ সংঘ ৰ ৩য় সংখ্যক প্ৰাচীৰ পত্ৰিকা
"জ্যোতিষ্মান"

৭৭ তম স্বাধীনতা দিৱস উদযাপন ঘোঁৰামাৰা জানপাৰ শিশু কল্যাণ সংঘ ~পতাকা উত্তোলক : প্ৰতিষ্ঠাপক সম্পাদক সুনীল সৰকাৰদেৱ ।এই কাৰ...
15/08/2023

৭৭ তম স্বাধীনতা দিৱস উদযাপন
ঘোঁৰামাৰা জানপাৰ শিশু কল্যাণ সংঘ
~পতাকা উত্তোলক : প্ৰতিষ্ঠাপক সম্পাদক সুনীল সৰকাৰদেৱ ।
এই কাৰ্যসূচীত সংঘৰ বৰ্তমানৰ সমূহ বিষয়-ববিয়াসকলৰ লগতে গোবৰ্ধন কলোনী প্ৰাথমিক বিদ্যালয়ৰ সমূহ ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে ।

14/11/2022

ঘোঁৰামাৰা জানপাৰ শিশু কল্যাণ সংঘ ৰ তৰফৰ পৰা সকলোলৈ শিশু দিৱসৰ অশেষ শুভ কামনা থাকিল ।

ঘোঁৰামাৰা জানপাৰ শিশু কল্যাণ সংঘ ৰ ১ম সংখ্যক প্ৰাচীৰ পত্ৰিকা ।Special thanks to প্ৰাক্তন সভাপতি/সম্পাদক (২০২১-২২)শ্ৰীযুত...
20/10/2022

ঘোঁৰামাৰা জানপাৰ শিশু কল্যাণ সংঘ ৰ ১ম সংখ্যক প্ৰাচীৰ পত্ৰিকা ।
Special thanks to
প্ৰাক্তন সভাপতি/সম্পাদক (২০২১-২২)
শ্ৰীযুত অধিৰ বিশ্বাস আৰু
শ্ৰী মিন্টু শৰ্মা
▫️
▫️

14/10/2022

❣️

09/08/2022

ঘোঁৰামাৰা জানপাৰ শিশু কল্যাণ সংঘৰ ২০২১-২২ বৰ্ষৰ কাৰ্যকাল কালি ইং ০৮/০৮/২০২২ তাৰিখে শেষ হয় । এই সময়ছোৱাত সভাপতিৰ পদত শ্ৰী যুত অধীৰ বিশ্বাস আৰু সম্পাদকৰ পদত শ্ৰী মিন্টু শৰ্মাই কাৰ্য্যভাৰ গ্ৰহণ কৰিছিল ।

০৮/০৮/২০২২ তাৰিখে এই পুৰণা কমিটি ভঙ্গ দি নতুন কমিটি এখন গঠন কৰা হয় (২০২২-২৩ বৰ্ষ) । উক্ত কমিটি খনত সভাপতিৰ পদত শ্ৰী ধনঞ্জয় চৰকাৰ আৰু সম্পাদকৰ পদত শ্ৰী বিবেকানন্দ বিশ্বাসক ২০২২-২৩ বৰ্ষৰ দায়িত্বভাৰ দিয়া হয়।

06/08/2022

Welcome to Ghoramara Janpar Sishu kallyan Sangha
Assam

Address

Chandrapur
Guwahati
781150

Website

Alerts

Be the first to know and let us send you an email when ঘোঁৰামাৰা জানপাৰ শিশু কল্যাণ সংঘ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to ঘোঁৰামাৰা জানপাৰ শিশু কল্যাণ সংঘ:

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram