13/03/2026
গ্ৰেড-3 আৰ্থৰাইটিছৰ ফলত হোৱা তীব্ৰ বিষে তেওঁৰ দৈনন্দিনৰ চলা-ফুৰা অত্যন্ত কঠিন কৰি তুলিছিল।
ভেষজ পুষ্টি (Herbal Nurtrition) আৰু প্ৰাকৃতিক চিকিৎসাৰ (Naturopathy) সৈতে মিশ্ৰিত উন্নত ফিজিঅ'থেৰাপি'ৰ (Advanced Physiotherapy) সংমিশ্ৰণ চিকিৎসাৰ (Combination Treatment) জৰিয়তে ৰোগীয়ে এতিয়া যথেষ্ট বিষ উপশম আৰু উন্নত গতিশীলতা অনুভৱ কৰিবলৈ আৰম্ভ কৰিছে।
সঠিক সময়ত সঠিক যত্ন আৰম্ভ হলে আৰোগ্য লাভ আৰম্ভ হয়।
📍 পিএনআৰ পলিক্লিনিক, জলুকবাৰী
পৰামৰ্শৰ বাবে কল কৰক -
📞 কল: 88228 33516
📲 হোৱাটছএপ: 94011 55836