তেজ দানে জীৱন দান -হোজাই

  • Home
  • India
  • Hojai
  • তেজ দানে জীৱন দান -হোজাই

তেজ দানে জীৱন দান -হোজাই Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from তেজ দানে জীৱন দান -হোজাই, Blood bank, Hojai.

16/12/2025

হাম হস্পিটেলত এগৰাকী প্ৰসূতি ৰোগীৰ ইমাৰজেঞ্চী O- তেজৰ প্ৰয়োজন কোনো সদাশয় ব্যক্তিয়ে দান‌ কৰে যোগাযোগ কৰিব 🙏🙏

08/12/2025

GMCH ত এজন ৰুগীৰ এক পেকেট তেজৰ প্ৰয়োজন হৈছে। যিকোনো গ্ৰুপৰ হ'লে হব।
Call-90852 45145
Urgent please help him

04/12/2025

Name: Emama Begum. Admitted at HAMM Hospital, Hojai, Bed No. 314. Residence: Nilbagan. Blood Group: A+. Blood exchange available. Contact: 8721816108.

04/12/2025

হাম হস্পিটেলত এগৰাকী ৰোগীৰ ইমাৰজেঞ্চী এক ইউনিট তেজৰ প্ৰয়োজন কোনো সদাশয় ব্যক্তিয়ে দান‌ কৰে যোগাযোগ কৰিব 8721816108
Samsul Alam
Mohammed Abdullah

29/11/2025

হাম হস্পিটেলত এগৰাকী ৰোগীৰ ইমাৰজেঞ্চী O- নেগেটিভ তেজৰ প্ৰয়োজন কোনো সদাশয় ব্যক্তিয়ে দান‌ কৰে যোগাযোগ কৰিব
+918133979229 🙏🙏🙏

05/10/2025

Name-Binita Dutta
Age-25
Address-Bamungaon lanka
Blood-A Negative
HAMM Hospital 🏥
Urgent need please 🙏 help

16/08/2025

Hospital name: HAMM HOSPITAL
Patient name : LAKHAN DAS
Patient attender name: SAMSUNDAR DAS
Phone Number: 93954 04992
Any group will be acceptable.
Please help him🙏

07/08/2025

Patient Name: Nazrana Khanam Chowdhury

HOJAI HAAM হস্পিটেলত আৰ্জেন্ট তেজৰ প্ৰয়োজন। B - (Negative) বাদ দি
যি কোনো গ্ৰুপ হলে হব।
কোনোবাই মহান দাতা থাকিলে তলত দিয়া নম্বৰত যোগাযোগ কৰক।
7002198720

05/06/2025

তেজ দনেই জীৱন দান গ্ৰুপৰ অন্যতম সদস্য Abdul Hasib য়ে আজিলৈ ৫ বাৰ 🩸 তেজ দান দি সহায় কৰিছে , তেখেতলৈ আমাৰ গ্ৰুপৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। আগন্তুক দিনত যাতে তেখেতে মানুহক তেজ দি সহায় কৰে যেন । 😊

Thank you 🙏 Shabuddin Mazumder Fan clubBhai
09/04/2025

Thank you 🙏
Shabuddin Mazumder Fan clubBhai

❤️🤗❤️🤗
28/03/2025

❤️🤗❤️🤗

19/03/2025

ডিফু হস্পিটেলত এগৰাকী মহিলাৰ Urgent *B Positive* তেজৰ প্ৰয়োজন। কোনোবা সদাশয় ব্যক্তিয়ে দান কৰিলে যোগাযোগ কৰিব 9101295540 নম্বৰত 🙏🙏🙏

Address

Hojai
782435

Telephone

+919394142774

Website

Alerts

Be the first to know and let us send you an email when তেজ দানে জীৱন দান -হোজাই posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category