AAMSU Jamunamukh

AAMSU Jamunamukh All Assam Minorities Students' Union (AAMSU)

Official page of Jamunamukh Zonal Committee

18/09/2024
AAMSU Official AAMSU HOJAI District
01/08/2024

AAMSU Official
AAMSU HOJAI District

জানিব পাৰিছিলো যে বহু NEET, JEE সহ অন্যান্য পৰিক্ষাত সফলতাৰে উৰ্ত্তীৰ্ণ বহু ছাত্ৰ ছাত্ৰীয়ে PRC নোপোৱাৰ বাবে নামভৰ্তিৰ প...
31/07/2024

জানিব পাৰিছিলো যে বহু NEET, JEE সহ অন্যান্য পৰিক্ষাত সফলতাৰে উৰ্ত্তীৰ্ণ বহু ছাত্ৰ ছাত্ৰীয়ে PRC নোপোৱাৰ বাবে নামভৰ্তিৰ পৰা বঞ্চিত হোৱাৰ উপক্ৰম হৈছিল। তাৰে নাজিফা তাচনিমে ইতিমধ্যেই নিগ্ৰিমছত নামভৰ্তিৰ সহযোগ হেৰুৱাইছিল আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ১ আগষ্ট তাৰিখে অন্তিম তাৰিখ আছিল। লগে লগে মই জিলা উপায়ুক্তক বিষয়টো অৱগত কৰাত ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ PRC প্ৰদান কৰাত বিশেষ ভুমিকা গ্ৰহণ কৰে। এইক্ষেত্ৰত হোজাই জিলা আয়ুক্ত লাচিত দাস ডাঙৰীয়াক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলো।

আমছু ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত লৈ সদায় সজাগ আৰু সমৰ্পিত।

Just a day left, thanks to your prompt assistance and cooperation, the students received their PRCs. We extend our heartfelt gratitude for your help.

Unfortunately, due to the delay, Nazifa Tasnim missed the opportunity to enroll in Negrims,, but she will still be able to enroll in GMCH." known that many students who successfully passed NEET, JEE and other exams were deprived of admission due to not getting PRC. Nazifa Tasnim had already lost his admission in Nigrims and the last date at Guwahati Medical College was on 1st August. Immediately, I took a special role in providing a very important PRC in the future of the students to the District Deputy Commissioner. Heartfelt thanks and gratitude to Hojai District Commissioner Lachit Das sir.

AAMSU Always alert and dedicated to the future of students.

Respected Lachit kr Das, ACS,
District Comissioner Hojai .

Good News for Students.
18/07/2024

Good News for Students.

29/04/2024

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ (আমছু)
হোজাই জিলা সমিতিৰ অন্তৰ্গত যমুনামুখ আঞ্চলিক সমিতিৰ উদ্যোগত খন্দকাৰ ড্ৰাগ ষ্টোৰচ ৰ সহযোগত ERC চিকিৎসালয় নগাঁওৰ দ্বাৰা বিনামূলীয়া প্ৰাথমিক চকু পৰীক্ষা শিবিৰ ।

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)হোজাই জিলা সমিতিৰ অন্তৰ্গত যমুনামুখ আঞ্চলিক সমিতিৰ উদ্যোগত খন্দকাৰ ড্ৰাগ ষ্টোৰচ ৰ ...
27/04/2024

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)
হোজাই জিলা সমিতিৰ অন্তৰ্গত যমুনামুখ আঞ্চলিক সমিতিৰ উদ্যোগত খন্দকাৰ ড্ৰাগ ষ্টোৰচ ৰ সহযোগত ERC চিকিৎসালয় নগাঁওৰ দ্বাৰা বিনামূলীয়া প্ৰাথমিক চকু পৰীক্ষা শিবিৰ।

স্থান:- খন্দকাৰ ড্ৰাগ ষ্টোৰচ (যমুনামুখ হস্পিটেলৰ ওচৰত)
তাৰিখ:- ২৯ এপ্ৰিল, ২০২৪
সময়:- পুৱা ১০ বজাত

সকলোৰে উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিলোঁ।

22/04/2024
আমাৰ আন্তৰিক শুভেচ্ছা।Our Best wishes 💐
12/02/2024

আমাৰ আন্তৰিক শুভেচ্ছা।
Our Best wishes 💐

দেৰগাঁৱৰ বালিজানত শোকাবহ পথ দুৰ্ঘটনাৰ খবৰে মৰ্মাহত কৰিছে।ভয়ংকৰ দুৰ্ঘটনাত নিহতসকলৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ ...
03/01/2024

দেৰগাঁৱৰ বালিজানত শোকাবহ পথ দুৰ্ঘটনাৰ খবৰে মৰ্মাহত কৰিছে।

ভয়ংকৰ দুৰ্ঘটনাত নিহতসকলৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকল শীঘ্ৰে সুস্থ হৈ উঠক তাৰেই কামনা কৰিলোঁ।

Address

Jamunamukh Town
Jamunamukh
782428

Telephone

8638095404

Alerts

Be the first to know and let us send you an email when AAMSU Jamunamukh posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to AAMSU Jamunamukh:

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram