25/09/2025
ডক্টৰ VS ড কাই ত ।বৰপেটা ৰোডৰ শিশু বিশেষজ্ঞ ডঃমিহিৰ কুমাৰ ভূয়া নামৰ চিকিৎসা জনে ৪০ শতাংশ কমিশন ৰ অংকত বিভিন্ন কোম্পানীৰ উচ্চ মূল্য নিৰ্ধাৰিত ঔষধ ৰোগীক লিখি দিয়া আমি দীৰ্ঘ দিনৰ পৰা দেখি আহিছোঁ। মই সামাজিক গন মাধ্যমৰ যোগেদি চিকিৎসা জনক কমিচন ৰ অংক বাদ দি ৰোগীক উন্নত মানদণ্ডৰ কোম্পানীৰ ঔষধ লিখিবলৈ আহ্বান জনালোঁ। সকলোক শেয়াৰ কৰি চিকিৎসক জনক দেখা বলৈ আহ্বান জনালো।