Pranay Jyoti Homoeo Chikitshalaya , Dr. A K Barukial

Pranay Jyoti Homoeo Chikitshalaya , Dr. A K Barukial Proprietor & Consultant --
Dr. A.K.Barukial BDD,MD(H) Regd.No.-0701
With 25 years of experience

07/11/2025

01/11/2025

হয় হয়…… বিজেপিৰ সদস্যসকলহে জুবিনৰ প্ৰকৃত অনুৰাগী …… এতিয়াৰ পৰা আৰু জুবিনৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ হিন্দু মুছলিম সকলোৱে একেলগে উঠা - বহা কৰি, সকলোৱে মিলিজুলি সমিলমিলেৰে জাতি ধৰ্মৰ উৰ্দ্ধত থাকি ভাল কাম কৰি সমাজখন আগুৱাই নিবলৈ চেষ্টা কৰাটোহে মূল কথা ৷

26/10/2025

অসমৰ মুখ্যমন্ত্রীয়ে গৃহ বিভাগ নিজৰ দখলত ৰাখিছে ৷ গতিকে তেওঁ অসমৰ অপৰাধ অনুসন্ধান বিভাগ (CID) নিয়ন্ত্রণ কৰিব পাৰে৷ চি আই ডি ৰাজ্য চৰকাৰৰ কাৰ্যবাহী শাখাৰ অংশ ৰাজ্যৰ গৃহ বিভাগৰ অন্তৰ্গত । জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ বাবে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ নির্দেশনাত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে (CID) গঠন কৰা বিশেষ তদন্তকাৰী দলটোৰ (SIT) নেতৃত্বত আছে বিশেষ ডিজিপি এম পি গুপ্তা ৷ মুঠতে মুখ্যমন্ত্ৰীজন সৰ্বেসৰ্বা ৷ গতিকে চৰকাৰী পক্ষই চৰকাৰৰ বিৰুদ্ধে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত আন্দোলন কৰাটো লজ্জাজনক আৰু অতি পৰিতাপৰ বিষয় ৷

22/10/2025

আমি জুবিনৰ অনুৰাগী…… জুবিনৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ হিন্দু মুছলিম সকলোৱে একেলগে বহি খাব পাৰিব লাগিব ৷ সমিলমিলেৰে জাতি ধৰ্মৰ উৰ্দ্ধত থাকি ভাল কাম কৰি সমাজখন আগুৱাই নিব লাগিব ৷

        🌟🎉👏💥
21/10/2025

🌟🎉👏💥

20/10/2025

Address

Assam Trunk Road, NH715, Na/Jan N. C
Kuthari
782136

Opening Hours

Monday 10am - 4pm
Tuesday 10am - 4pm
Wednesday 10am - 4pm
Thursday 10am - 4pm
Friday 10am - 4pm
Saturday 10am - 4pm
Sunday 10am - 2pm

Telephone

+918638145873

Alerts

Be the first to know and let us send you an email when Pranay Jyoti Homoeo Chikitshalaya , Dr. A K Barukial posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Pranay Jyoti Homoeo Chikitshalaya , Dr. A K Barukial:

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram

Category