Mrityunjaytrust

  • Home
  • Mrityunjaytrust

Mrityunjaytrust Accept our greetings, We are glad to inform you that a Medical Trust has been constituted for the poor and helpless people of Assam.

 #মৃত্যুঞ্জয়_ন্যাস_অসমৰ_তৰফৰ_পৰা_সতৰ্কবানী -     টকা বিছৰা ফোন নম্বৰত কাইলৈ এজাহাৰ দাখিল কৰা হ'ব ।    ু_অসমৰ_বাহিৰৰ_কোনো...
12/03/2025

#মৃত্যুঞ্জয়_ন্যাস_অসমৰ_তৰফৰ_পৰা_সতৰ্কবানী -
টকা বিছৰা ফোন নম্বৰত কাইলৈ এজাহাৰ দাখিল কৰা হ'ব ।
ু_অসমৰ_বাহিৰৰ_কোনো_ব্যক্তিয়ে মৃত্যুঞ্জয় ন্যাস অসমৰ লগত যোগাযোগ হৈ থকা বা চিকিৎসাৰ বাবে বাহিৰলৈ পঠিওৱা দুই-এক ৰোগীক বা ৰোগীৰ পৰিয়ালক নথি -পত্ৰ বিছাৰি লগতে পঞ্জীয়ন মাচুল বিছাৰি ফোন কৰি আছে । ৰোগী সকলক মৃত্যুঞ্জয় ন্যাস অসমৰ তৰফৰ পৰা কোৱা বুলি ভুৱা প্ৰচাৰ চলাইছে - কোনোবা জন ৰোগীৰ তাত Link পঠিয়াইছে টকা বিছাৰি । সেইবোৰ সম্পূৰ্ন জাল হয় । 

#সমূহ_অসমবাসীক_জনাওঁ_যে_মৃত্যুঞ্জয় ন্যাসৰ উদ্যোগত বহু ৰোগীক Liver বা kidney Transplant ৰ বাবে অসমৰ বাহিৰলৈ গৈছে কিন্তু কোনো ব্যক্তিৰ পৰা এটকাওঁ লোৱা নাই , লোৱা নহয় । কোনো ব্যক্তিয়ে টকা বা নথি পত্ৰ নিদিৱ । 

বিশেষ সুধিৱ লগীয়া বা সমস্যাত থাকিলে আমাক ফোন কৰিৱ পাৰে -9957942599

29/01/2025

অহা মাৰ্চ মাহৰ পৰা অসমৰ প্ৰতিখন জিলাত এটাকৈ মৃত্যুঞ্জয় ন্যাস অসম ৰ তৰফৰ পৰা চিকিৎসা শিৱিৰ আয়োজন কৰা হ'ব -অসমৰ লগতে অসমৰ বাহিৰৰ পৰা অনা হ'ব চিকিৎসকৰ বিশেষ দল ।

 #আজি_১০_জানুৱাৰী_২০২৫_তাৰিখৰ_পৰা প্ৰতিটো চিকিৎসা সম্বন্ধীয় বিপদৰ মুহুৰ্তত মৃত্যুঞ্জয় ন্যাস অসমে   পূৰ্বৰ দৰেই অসম বাসীৰ...
10/01/2025

#আজি_১০_জানুৱাৰী_২০২৫_তাৰিখৰ_পৰা প্ৰতিটো চিকিৎসা সম্বন্ধীয় বিপদৰ মুহুৰ্তত মৃত্যুঞ্জয় ন্যাস অসমে পূৰ্বৰ দৰেই অসম বাসীৰ ওচৰত থাকিৱ কাম কৰি যাৱ । অসমবাসীৰ সহায় সহযোগ আন্তৰিকতাৰে কামনা কৰিলোঁ । 
#ধন্যবাদেৰে 
মৃত্যুঞ্জয় ন্যাস অসম

 িকোনো_Liver_Transplant_কৰিৱ লগা ব্যক্তিয়ে এবাৰ অন্তত আমাক ফোন কৰি পৰামৰ্শ ল'ৱ পাৰে প্ৰয়োজন বুলি ভাৱিলে । এইকেইটা দিনত প...
06/01/2025

িকোনো_Liver_Transplant_কৰিৱ লগা ব্যক্তিয়ে এবাৰ অন্তত আমাক ফোন কৰি পৰামৰ্শ ল'ৱ পাৰে প্ৰয়োজন বুলি ভাৱিলে । এইকেইটা দিনত প্ৰায় ৩০০ ৰোগীয়ে ফোন কৰিছে তাৰে ভিতৰত প্ৰায় ২৫০ গৰাকী ৰোগীয়েই প্ৰথমে ভুল সিদ্ধান্ত, হয়টো কোনোবা ভুল চিকিৎসকৰ পৰামৰ্শ, ৰোগৰ সময়ত হুৰমুৰ সিদ্ধান্তৰ বাবে বিভিন্ন দামী চিকিৎসালয়ত গৈ থকা টকা কেইটা শেষ কৰি আহি মৃত্যুঞ্জয় ন্যাসৰ ওচৰ চাপে । Medical Test ৰ নামত ৫/১০/১৫ লাখ পয্যন্ত খৰছ কৰে শেষত Liver Transplant টো নহয় । যত ২০-২৫ লাখত আপোনাৰ Liver Transplant হৈ ঘৰত বহি থাকিৱ পাৰিলে হয় । কিন্ত শেষত বিমোৰত পৰে । 
আমাক খৰছ দিৱ নালাগে -সত্য আৰু সৎ পৰামৰ্শ যদি লাগে যদি সাচতীয়াঁ টকা কেইটা এনেই যাৱ দিৱ মন নাই আপুনি এবাৰ ফোন কৰিৱ ল'ব পাৰে । 
#আমাৰ_লাভলাভ_নাই - প্ৰয়োজন বুলি ভাৱিলে ফোন কৰিৱ - অপ্ৰয়োজনীয় বুলি ভাৱিলে ফোন কৰিৱ নালাগে ।
#আমাৰ_ফোন_নং -9957942599 (পুৱা ১০ বজাৰ পৰা গধূলি -৭ বজাৰ ভিতৰত ফোন কৰিৱ )

 িতৰৰ_যদি_বেছি_গুৰুত্বৰ_অসুখত ভোগী থকা শিশু টকাৰ অভাৱত  চিকিৎসা কৰিৱ পৰা নাই - কাইলৈ ফোন কৰিৱ - 9957942599 (ৰাতিপুৱা ১০ ...
03/01/2025

িতৰৰ_যদি_বেছি_গুৰুত্বৰ_অসুখত ভোগী থকা শিশু টকাৰ অভাৱত চিকিৎসা কৰিৱ পৰা নাই - কাইলৈ ফোন কৰিৱ - 9957942599 (ৰাতিপুৱা ১০ বজাৰ পৰা ৪ বজাৰ ভিতৰত) ধন্যবাদেৰে --- #মৃত্যুঞ্জয়_ন্যাস_অসম ।

02/01/2025

অসমৰ যদি কোনো শিশুৱে টকাৰ অভাৱত Liver Transplant কৰিৱ পৰা নাই তেন্তে ফোন কৰিৱ "মৃত্যুঞ্জয় ন্যাস অসম 9957942599
আমি সহায় কৰিম 🙏

১০ জানুৱাৰী ২০২৫ তাৰিখৰ পৰা মৃত্যুঞ্জয় ন্যাস অসমে ৰাইজৰ বাবে প্ৰতিটো মুহুৰ্তত কাম কৰিৱ । ইতিমধ্যে সকলো সাজু কৰা হৈছে । ৮...
02/01/2025

১০ জানুৱাৰী ২০২৫ তাৰিখৰ পৰা মৃত্যুঞ্জয় ন্যাস অসমে ৰাইজৰ বাবে প্ৰতিটো মুহুৰ্তত কাম কৰিৱ । ইতিমধ্যে সকলো সাজু কৰা হৈছে । ৮ জানুৱাৰীত হ'ব সভা - ১০ জানুৱাৰীৰ পৰা চিকিৎসাৰ বাবে প্ৰতিগৰাকী ব্যক্তিক সহায় কৰা হ'ব ।

 #মৃত্যুঞ্জয়_ন্যাস_অসম (অসহায় ৰোগীৰ বিপদৰ বন্ধু ) ৰ কাম সমূহ মোৰ ব্যক্তিগত অসুবিধাৰ বাবেই থমকি ৰৈছিল । আপোনালোকে সকলোৱে ...
29/11/2023

#মৃত্যুঞ্জয়_ন্যাস_অসম (অসহায় ৰোগীৰ বিপদৰ বন্ধু ) ৰ কাম সমূহ মোৰ ব্যক্তিগত অসুবিধাৰ বাবেই থমকি ৰৈছিল । আপোনালোকে সকলোৱে জ্ঞাত জীউ আমাক এৰি আতৰি যোৱাৰ পিছতেই ময়ো প্ৰায় ভাগৰি পৰিছো। একো এটা কামেই কৰিৱলৈ মন নোযোৱা হৈ পৰিল । জীয়াই থকাই কঠিন হৈ পৰিছে । প্ৰতিটো মুহুৰ্তত জীউৰ মুখখনে বৰকৈ আমনি কৰে । 
জীউৰ বাবেই আৰম্ভ কৰা ইমান এটা মহৎ প্ৰচেষ্টাক কেতিয়াওঁ শেষ হ'বলৈ দিৱ নোৱাৰো । জীউৰ স্মৃতি জড়িত হৈ আছে । জীউক আপোনালোকে এই মৃত্যুঞ্জয় ন্যাস অসমৰ জড়িয়তেই জীয়াই ৰাখিৱ লাগিৱ । সেয়েহে অহা ৪ জানুৱাৰী ২০২৪ তাৰিখৰ পৰা তীব্ৰ গতিত আৰম্ভ কৰিম ন্যাসৰ কাম । সকলো অসমবাসী ৰাইজৰ সহায় সহযোগ দিহা -পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰিলো ।
মোৰ ব্যক্তিগত অসুবিধাৰ বাবে যোৱা এটা বছৰে কাম সমূহ দেৰি হোৱাৰ বাবে আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিছাৰিলোঁ ।

ধন্যবাদেৰে 
মৃত্যুঞ্জয় ন্যাস অসম

জয়তু   " মৃত্যুঞ্জয় ন্যাস অসম"    বাক্সা জিলাৰ পৰা  বুল হালৈ এ লিখিছে পঢ়িৱ আৰু Share কৰিৱচোন ।
07/10/2023

জয়তু " মৃত্যুঞ্জয় ন্যাস অসম" বাক্সা জিলাৰ পৰা বুল হালৈ এ লিখিছে পঢ়িৱ আৰু Share কৰিৱচোন ।

মৃত্যুঞ্জয় ন্যাস অসম (অসমৰ অসহায় ৰোগীৰ বিপদৰ বন্ধু ) গঠন হোৱা আজি এটা বছৰ সম্পূৰ্ন কৰিলে । অসমবাসীৰ সহায় সহযোগৰ বাবে অশে...
17/04/2023

মৃত্যুঞ্জয় ন্যাস অসম (অসমৰ অসহায় ৰোগীৰ বিপদৰ বন্ধু ) গঠন হোৱা আজি এটা বছৰ সম্পূৰ্ন কৰিলে । অসমবাসীৰ সহায় সহযোগৰ বাবে অশেষ ধন্যবাদ জনালোঁ । 
জীউ জীৱন মৃত্যুৰ যুদ্ধ খনৰ পিছতে গঠন হৈছিল মৃত্যুঞ্জয় ন্যাস অসম । কিন্তু আপোনালোক হয়তো সকলোৱে জ্ঞাত আজি জীউ আমাৰ মাজত নাই ।
জীউৰ লগত যথেষ্ট ব্যস্ত হ'ব লগা বাবে মই মৃত্যুঞ্জয় ন্যাসৰ কাম সমূহ চলাই নিয়াত অসুবিধাৰ সন্মূখীন হৈছিলো সেয়েহে প্ৰতিগৰাকী অসমবাসীৰ ওচৰত মই ক্ষমাপ্ৰাৰ্থী । অচিৰেই আকৌ নতুন ৰুপত কাম আগবাঢ়িব মৃত্যুঞ্জয় ন্যাস অসমৰ ।

অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী সন্মানীয় ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ মৃত্যুঞ্জয় ন্যাস অসমৰ তৰফৰ পৰা জন্মদিনৰ অলেখ শুভকামনা...
01/02/2023

অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী সন্মানীয় ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ মৃত্যুঞ্জয় ন্যাস অসমৰ তৰফৰ পৰা জন্মদিনৰ অলেখ শুভকামনা জনালোঁ।

Address

Mangaldai

784125

Alerts

Be the first to know and let us send you an email when Mrityunjaytrust posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Mrityunjaytrust:

  • Want your practice to be the top-listed Clinic?

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram