Sultan Hospital & Research Centre

Sultan Hospital & Research Centre The Skill To Heal The Spirit To Care

03/12/2025
25/11/2025



18/11/2025

আজি ১৮ নৱেম্বৰ, ২০২৫, এটা দিন যিটোৱে প্ৰতি বছৰে অসমীয়াৰ বুকুত আনন্দৰ বন্তি জ্বলাইছিল, উছাহৰ কলৰৱ তুলিছিল। কিন্তু আজি সেই দিনটো আহিছে এক শূন্যতাৰ বোজা লৈ, গভীৰ বেদনাৰ সুৰ বজাই। এই দিনটোৱেই সংগীতৰ যাদুসম্ৰাট, জুবিন গাৰ্গৰ জন্মদিন।

​এইবাৰৰ জন্মদিনটোত হাঁহি নাই, আছে মাথোঁ চকুপানী । তুমি অবিহনে জন্মদিনৰ উৎসৱো আজি শোকৰ প্ৰতিশব্দ হৈ পৰিছে। আমাৰ প্ৰতিটো উশাহ, প্ৰতিটো আশা, প্ৰতিটো সপোনৰ সুৰ আছিল তুমি।

​হেঁপাহৰ জন্মদিনৰ শোকলগা শ্ৰদ্ধাঞ্জলি জনাইছোঁ । তুমি য'তেই থাকা, শান্তিৰে থাকা ।

World Prematurity Day
17/11/2025

World Prematurity Day

17/11/2025


Address

Morigaon
782105

Telephone

+918822686715

Website

Alerts

Be the first to know and let us send you an email when Sultan Hospital & Research Centre posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Sultan Hospital & Research Centre:

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram

Category