SIMS Multispeciality Hospital

SIMS Multispeciality Hospital Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from SIMS Multispeciality Hospital, Nursing home, BARGHAT CHARIALI, Nagaon.

Rest in Peace Zubeen Garg (18.11.1972 – 19.09.2025). Your voice will forever live in our hearts.
20/09/2025

Rest in Peace Zubeen Garg (18.11.1972 – 19.09.2025). Your voice will forever live in our hearts.

15/09/2025

চিমচ মাল্টিস্পেচিয়েলিষ্ট চিকিৎসালয়ত নতুন কৈ সংযোজন কৰা হল চকুৰ চিকিৎসাৰ এটি নতুন শাখা
আজি এই চকুৰ চিকিৎসাৰ শাখা টি শুভ উদ্বোধন কৰে চিমচ মাল্টিস্পেচিয়েলিষ্ট চিকিৎসালয়ৰ Director প্ৰাঞ্জল ডেকাই
এই চকু চিকিৎসা শাখা টোৰ দ্বাৰা বহু ৰাইজ উপকৃত হব বুলি জানিবলৈ দিয়ে |

08/09/2025

হাত-ভৰিৰ বিষ বা শৰীৰৰ অন্য কোনো সমস্যাত - চিমচ মাল্টিস্পেচিয়ালিটি চিকিৎসালয়ক যোগাযোগ কৰক। আপোনাৰ সুস্থতা আৰু জীৱনৰ সুৰক্ষাৰ বাবে আমাক বিশ্বাস কৰক।
যোগাযোগ কৰক: [8822595264]

ডেংগু, মেলেৰিয়া বা চিকুনগুনিয়াৰ কোনো লক্ষণ দেখিলে আওকাণ নকৰিব। চিকিৎসকৰ সহায় লওঁক।
01/09/2025

ডেংগু, মেলেৰিয়া বা চিকুনগুনিয়াৰ কোনো লক্ষণ দেখিলে আওকাণ নকৰিব। চিকিৎসকৰ সহায় লওঁক।

জৰুৰীকালীন স্থিতিত যেতিয়া জীৱনৰ বিপদাশংকা আহি পৰে- বিশ্বাস কৰক চিমচ চিকিৎসালয়ক। যোগাযোগ কৰক: [8822595264]
29/08/2025

জৰুৰীকালীন স্থিতিত যেতিয়া জীৱনৰ বিপদাশংকা আহি পৰে- বিশ্বাস কৰক চিমচ চিকিৎসালয়ক।
যোগাযোগ কৰক: [8822595264]

27/08/2025

কঠিয়াতলী, কছাৰী গাঁও, নগাঁৱৰ উজ্জ্বলা বড়োৱে পেটৰ অসহ্য যন্ত্ৰণাত একো খাব নোৱাৰা, একো কৰিব নোৱাৰা হৈ পৰিছিল। পানী খালেও বমি হৈ ওলাই আহিছিল। তেওঁৰ পৰিয়ালটো আছিল অতি চিন্তিত।

চিমচ চিকিৎসালয়ত পোৱা বিশ্বস্ত চিকিৎসা আৰু সেৱাৰ জৰিয়তে আজি তেওঁ সুস্থ, সৱল আৰু হাঁহিমুখী।

সঠিক সময়ত সঠিক চিকিৎসা লাভ কৰিলে যিকোনো ৰোগৰ পৰাই সুস্থ হোৱাটো সম্ভৱ।


Happy Ganesh Chaturthi
27/08/2025

Happy Ganesh Chaturthi

Struggling with irregular periods, acne, or unexplained weight gain? It could be PCOS. At SIMS Hospital, our expert gyne...
19/08/2025

Struggling with irregular periods, acne, or unexplained weight gain? It could be PCOS. At SIMS Hospital, our expert gynecologists provide personalized care to help you take control of your health. Book your consultation today! [8822595264]

Happy Independence Day
14/08/2025

Happy Independence Day

পেট ভাল মানে মন ভাল!
12/08/2025

পেট ভাল মানে মন ভাল!

11/08/2025

এজন ডেকা লʼৰাৰ অসাধাৰণ ৰোগৰ পৰা উভতি অহাৰ কাহিনী!
তীব্ৰ পেটৰ বিষত ভুগি, কেঞ্চাৰ আৰু টিউমাৰৰ দৰে ভয়ংকৰ ৰোগৰ সৈতে যুঁজ দিবলগীয়া হৈছিল এই ডেকাজনৰ। দৰিদ্ৰ পৰিয়ালৰ হোৱা বাবে চিকিৎসা কৰোৱাটো এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছিল। কিন্তু SIMS Multispeciality Hospital, Nagaon-ৰ ডাক্তৰ আৰু কৰ্মচাৰীসকলৰ অক্লান্ত যত্ন আৰু সফল অস্ত্ৰোপচাৰৰ জৰিয়তে এতিয়া তেওঁ সম্পূৰ্ণ সুস্থ হৈ ঘূৰি ফুৰিব পাৰিছে!

Happy Raksha Bandhan
08/08/2025

Happy Raksha Bandhan

Address

BARGHAT CHARIALI
Nagaon
782001

Alerts

Be the first to know and let us send you an email when SIMS Multispeciality Hospital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to SIMS Multispeciality Hospital:

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram

Category