31/07/2021
নগাঁও জিলাৰ কুতুব উদ্দিন আহমেদ পথত অৱস্থিত জ্ঞানী দেন্তেল ক্লিনিকৰ তৃতীয় প্ৰজন্মৰ চিকিৎসক ডঃ প্ৰীতজিত সিং তেওঁ সকলোৰে পৰিচিত । তেওঁৰ চিকিৎসা অতিকৈ লেখত লব লগীয়া কাৰণ মই নিজে তেওঁৰ তাত চিকিৎসা কৰি উপকৃত হৈছোঁ, তেওঁ যিদৰে মানৱ সেৱাৰ লগত জৰিত হৈ আছে আশা কৰোঁ তেখেতে এইদৰে আগন্তক্ত দিনবোৰত নিজৰ দত্তৰ চিকিৎসাৰ জৰিয়তে মানুহৰ উপকাৰ কৰি যায় যেন । তাৰেই কামনা কৰিলোঁ । অৱশেষত তেওঁক এইটোৱেই ধন্যবাদ দিব বিচাৰোঁ ।
-চাজ্জাদুল হক।