20/08/2025
----------------------মুখৰ সৌন্দৰ্য্য------------------
আধুনিক যুগত মহিলা যিমান সৌন্দৰ্য্যৰ প্ৰতি সজাগ হৈছে সিমানে সজাগ হৈছে পুৰুষখিনিও । কেবল মাথো Beauty Parlour য়ে নহয় Dentist ৰ Clinictত ও সৌন্দৰ্য্য বৃদ্ধিৰ কাৰণে আজিকালি ভিৰ হোৱা হৈছে ।
দাতঁৰ গঠণে কেৱল খাদ্য খোৱাত সহায়ক হোৱাৰ উপৰিও মুখৰ আকৃতি, স্পষ্ট উচ্চাৰণতো অপৰিহাৰ্য্য । আপোনালোকৰ দাতঁৰ ৰং আৰু গঠণমুলক সমস্যা সমাধানৰ কাৰণে Asthetic Dentistry ৰ বিভিন্ন Crownৰ মাধ্যমেৰে তাক সমাধান কৰা যায় । তেনেক্ষেত্ৰত Normal PFM Crown বা Zirconia Crown লগোৱা হয় । কিন্তু Zirconia Crown ৰ গঠণ আৰু সৌন্দৰ্য্যৰ আগত তুলনাহীন । কাষৰ ছবি কেইটাত বুজি পাব ।
হলিউডৰ দুৱা লিপা, স্কাৰলেট জোহানছন, কৃষ্টিয়ানো ৰোনাল্ডো বা বলিউডৰ প্ৰিয়ংকা চোপ্ৰা, তাৰা চুটাৰিয়া, কিয়েৰা আদৱাণী, কাৰ্তিক আৰয়ানকে ধৰি প্ৰায় সকলোৱে Zirconia Laminates বা Zirconia Crown লগাই মুখখন চকুতলগা কৰিছে । Zirconia Laminates তকৈ Zirconia Crown টো বেছি মজবুত হয় ।
আপুনি ভাবিছে খৰছ বহুত হব নহয় আপোনালোকৰ বাজেটৰ ভিতৰত আমি কৰি দিম । Zirconia Crown দুই ধৰণৰ Guarantee থকা আৰু নথকা । আপোনালোকে দামৰ বিষয়ে অধিক জানিবলৈ Messege কৰিব ।
ধন্যবাদেৰে - কুহিঁ ডেন্টেল ক্লিনিক ।