Bornil Ayurved

Bornil Ayurved Welcome to Ayurvedic pharmacy

24/02/2022
 #মধুমেহৰ_খাদ্য -আপোনাৰ বাবে উৎকৃষ্ট খাদ্য তালিকাখন হ’ল ৬০ শতাংশ পাচলি, ৩০ শতাংশ প্ৰ’টিন আৰু ১০ শতাংশ কাৰ্ব’হাইড্ৰেট ।ইয়...
25/01/2022

#মধুমেহৰ_খাদ্য -
আপোনাৰ বাবে উৎকৃষ্ট খাদ্য তালিকাখন হ’ল ৬০ শতাংশ পাচলি, ৩০ শতাংশ প্ৰ’টিন আৰু ১০ শতাংশ কাৰ্ব’হাইড্ৰেট ।

ইয়াৰ সৈতে দৈনিক আধা ঘণ্টাৰ বাবে লঘু ব্যায়াম ।

তেজত শৰ্কৰাৰ পৰিমাণ কমোৱাৰ বাবে এখন তালিকা –

১) ধূমপান বৰ্জন কৰক ।

২) পৰ্যাপ্ত পৰিমাণে শোৱক ।

৩) সময়ে সময়ে তেজত শৰ্কৰাৰ পৰিমাণ পৰীক্ষা কৰক ।

৪) তেজ পৰীক্ষা কৰক আৰু শৰীৰৰ ওজন সঠিক পৰিমাণে ৰাখক ।

৫) মদ্যপান কমাওক ।

৬) খাদ্য নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে খাওক আৰু অতিমাত্ৰা ভোজন নকৰিব ।

৭) দৈনিক আধা ঘণ্টাৰ বাবে লঘু ব্যায়াম কৰক ।

৮) মুখ শুকান হোৱা, পিয়াহ লগা, ভাগৰ লগা, পেশী বিষ হোৱা যেন অনুভৱ হ’লে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লওক ।

 িভাৰ_ভালেৰখাৰ_ঘৰুৱা_উপায়বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন অনুসৰি ভাৰতবৰ্ষত মানুহৰ মৃত্যুৰ অন্য এক কাৰণ হ’ল যকৃত (লিভাৰ)...
21/01/2022

িভাৰ_ভালেৰখাৰ_ঘৰুৱা_উপায়
বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন অনুসৰি ভাৰতবৰ্ষত মানুহৰ মৃত্যুৰ অন্য এক কাৰণ হ’ল যকৃত (লিভাৰ)ৰ ৰোগ।

ভাৰত বৰ্ষত প্ৰতি পাচ জন ব্যক্তিৰ ভিতৰত এজনৰ যকৃতৰ সমস্যা থাকে। ইয়াৰ কাৰণ হ’ল জীৱন যাত্ৰাৰ কিছুমান বদ অভ্যাস আৰু সঠিকভাৱে খাদ্য গ্ৰহণ নকৰা।

আমি শৰীৰটো সুস্থ ৰাখিবলৈ লিভাৰ সুস্থ ৰাখিব লাগিব। শৰীৰৰ আটাইতকৈ ডাঙৰ অঙ্গ লিভাৰে আমাৰ ফেটচ নিয়ন্ত্ৰণ কৰে , তেজত থকা বিষাক্ত আৱৰ্জনা বাহিৰ কৰে।

যদি লিভাৰৰ কাম কৰাৰ ক্ষমতা নষ্ট হৈ যায়, তেতিয়া ক্ষতিকাৰক টক্সিন শৰীৰত জমা হৈ শৰীৰৰ অংগ সমূহ এটা এটাকৈ বিকল হৈ পৰিব পাৰে।

আমি লিভাৰটো সুস্থ ৰাখিবলৈ ফাইবাৰযুক্ত খাদ্য খাব লাগে। ইয়াৰ ভিতৰত সজীৱ শাক পাচলি যেনে- ব্ৰকলী , কবি, বিট, গাজৰ ইত্যাদি ।

আনহাতে শৰীৰৰ পৰা টক্সিন বাহিৰ কৰিব পৰা আন এক শক্তিশালী উপাদান হ’ল নহৰু। নহৰুৱে লিভাৰৰ পৰা এনজাইম উৎপন্ন কৰে। তাৰোপৰি নহৰুৱে উচ্চ মানৰ এন্টিঅক্সিডেন্ট, এন্টিফাংগাল জাতীয় উপাদানো উৎপাদন কৰি লিভাৰ সুস্থ ৰাখিব পাৰে।

লিভাৰ সুস্থ ৰাখিবলৈ ভিটামিন চি যুক্ত নেমু, কমলা, মৌচম্বী, আঙুৰ, আপেল আদি খালে টক্সিনবোৰ শৰীৰৰ পৰা বাহিৰ হৈ যায়।

গ্ৰীণ টিয়ে ফেটচ কমাব পাৰে। প্ৰতিদিনে আবেলি একাপ গ্ৰীণ টি খোৱা উপকাৰী।

আনহাতে কেঁচা হালধিৰ ৰস লিভাৰৰ মহৌষধ বুলি কব পাৰি।

সপ্তাহত তিনিদিনকৈ পুৱা খালী পেটত হালধি ৰস খোৱা অভ্যাসে আপোনাৰ লিভাৰ সুস্থ ৰাখিব। কেঁচা হালধি এটুকুৰা চোবাই খালেও উপকাৰ পোৱা যায়।

জলফাই তেলত ৰন্ধা খাদ্য লিভাৰৰ বাবে বহুত উপকাৰী।

ওমেগা থ্ৰি ফেটি এচিড যুক্ত আখৰোট লিভাৰৰ কাৰণে উপকাৰী।

05/01/2022

মধুমেহৰ খাদ্য -
আপোনাৰ বাবে উৎকৃষ্ট খাদ্য তালিকাখন হ’ল ৬০ শতাংশ পাচলি, ৩০ শতাংশ প্ৰ’টিন আৰু ১০ শতাংশ কাৰ্ব’হাইড্ৰেট ।

ইয়াৰ সৈতে দৈনিক আধা ঘণ্টাৰ বাবে লঘু ব্যায়াম ।

তেজত শৰ্কৰাৰ পৰিমাণ কমোৱাৰ বাবে এখন তালিকা –

১) ধূমপান বৰ্জন কৰক ।

২) পৰ্যাপ্ত পৰিমাণে শোৱক ।

৩) সময়ে সময়ে তেজত শৰ্কৰাৰ পৰিমাণ পৰীক্ষা কৰক ।

৪) তেজ পৰীক্ষা কৰক আৰু শৰীৰৰ ওজন সঠিক পৰিমাণে ৰাখক ।

৫) মদ্যপান কমাওক ।

৬) খাদ্য নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে খাওক আৰু অতিমাত্ৰা ভোজন নকৰিব ।

৭) দৈনিক আধা ঘণ্টাৰ বাবে লঘু ব্যায়াম কৰক ।

৮) মুখ শুকান হোৱা, পিয়াহ লগা, ভাগৰ লগা, পেশী বিষ হোৱা যেন অনুভৱ হ’লে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লওক ।

Address

Rangia
781354

Telephone

+919101836582

Website

Alerts

Be the first to know and let us send you an email when Bornil Ayurved posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram