26/08/2021
লাভ জেহাদ, লাভ জেহাদকৈ চিঞৰি থকা হৈৰৌ হিন্দুত্ববাদী নেতাহত, এয়া কেনেধৰণৰ লাভ জেহাদ ? এতিয়া যে তহঁতৰ মাত নাই ? এইজনী তহঁতৰ ভনী নহয় নেকি ? এওঁক আক্ৰমণ কৰাজন যদি শৰ্মা নহৈ কোনো আলি-হুচেইন হ'লহেতেন, আজি তহঁতে ফেচবুক ভৰাই দিলিহেতেন•
RIP Nandita