iUKD Robotic Institute

iUKD Robotic Institute iUKD Robotic Institute – North-East India’s First and Only Kidney & Urology Centre

 ’টিক_ছাৰ্জাৰীৰ_দ্বাৰা_কেঞ্চাৰৰ_অস্ত্ৰোপচাৰ :      কেঞ্চাৰৰ গ্ৰাসত এতিয়া সমগ্ৰ বিশ্ব ত্ৰস্তমান৷ সমগ্ৰ বিশ্বজুৰি সন্ত্ৰাস...
16/01/2026

’টিক_ছাৰ্জাৰীৰ_দ্বাৰা_কেঞ্চাৰৰ_অস্ত্ৰোপচাৰ :
কেঞ্চাৰৰ গ্ৰাসত এতিয়া সমগ্ৰ বিশ্ব ত্ৰস্তমান৷ সমগ্ৰ বিশ্বজুৰি সন্ত্ৰাস চলাইছে কেঞ্চাৰৰ জীৱাণুৱে৷ ইয়াক প্ৰতিৰোধ তথা দমন কৰাৰ ক্ষমতা যেন কাৰো হাতত নাই, তেনে পৰিস্থিতিৰ সৃষ্টি হৈছে৷ অৱশ্যে কেঞ্চাৰৰ প্ৰতিৰোধ বাবে বিজ্ঞানীয়েও অহৰহ চেষ্টা চলাই আছে৷ বৰ্তমান সময়ত সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে অসম তথা উত্তৰ-পূৰ্বাঞ্চল কেঞ্চাৰৰ ‘কেপিটেল’ হৈ পৰিছে৷ ইয়াৰ প্ৰধান কাৰণ হৈছে ধঁপাতজাতীয় সামগ্ৰীৰ অত্যধিক সেৱন আৰু ব্যৱহাৰ৷ ধঁপাতজাতীয় সামগ্ৰীৰ এই বহুল ব্যৱহাৰ ৰোধৰ ব্যৱস্থা নল’লে ভৱিষ্যতে অসমৰ প্ৰতিঘৰতে এজনকৈ কেঞ্চাৰ ৰোগত আক্ৰান্ত হ’ব বুলি ভৱিষ্যদ্বাণীও কৰা হৈছে৷
আনহাতে কেঞ্চাৰ ৰোগৰ ক্ষেত্ৰত বিদেশৰ সমপৰ্যায়ৰ অত্যাধুনিক ৰব’টিক ছাৰ্জাৰী সেৱাৰ চিকিৎসা পদ্ধতি গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDত আৰম্ভ কৰিছে, য’ত কিডনীজনিত যিকোনো জটিল ৰোগ তথা কেঞ্চাৰৰ [কিডনী, ব্লাডাৰ, প্ৰষ্টেট] অস্ত্ৰোপচাৰ iUKDত সম্পাদন কৰা হয় ‘MANTRA ৩.0’ ৰব’টৰ দ্বাৰা৷ উল্লেখযোগ্য যে ৰাইজৰ আশীৰ্বাদত কিডনী হস্পিটেল iUKDত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথম আৰু একমাত্ৰ উৎসৰ্গিত ইউৰ’লজিকেল ৰব’ট ‘MANTRA ৩.0’ৰ জৰিয়তে ৰব’টিক ছাৰ্জাৰী সেৱাৰ আৰম্ভ কৰিছে৷ iUKDৰ মুখ্য পৰিচালন সঞ্চালক তথা ইউৰ’লজি আৰু ৰব’টিকছৰ মুখ্য বিশেষজ্ঞ, ভাৰতবৰ্ষৰ বিশেষজ্ঞ ইউৰ’লজিষ্ট, লেজাৰমেন অব্‌ ইণ্ডিয়াখ্যাত ডাঃ অৰূপ কুমাৰ নাথৰ নেতৃত্বত ৰব’টিক ছাৰ্জাৰী সেৱা পৰিচালিত হৈ আছে৷ ইতিমধ্যে বিশেষজ্ঞৰ চিকিৎসকৰ দ্বাৰা iUKDত ৰব’টৰ জৰিয়তে কেঞ্চাৰ ৰোগৰ বিভিন্ন অস্ত্ৰোপচাৰ নিখঁুতভাৱে সম্পন্ন কৰা হৈছে৷ উল্লেখনীয় যে iUKDত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ৰব’টিক ছাৰ্জাৰীৰ জৰিয়তে প্ৰষ্টেট কেঞ্চাৰৰ অস্ত্ৰোপচাৰৰ সফলতাৰে সম্পন্ন হৈ সুস্থ হোৱা ব্যক্তিগৰাকী হ’ল বৰাক উপত্যকাৰ৷ ইতিমধ্যে বহুকেইগৰাকী কেঞ্চাৰ ৰোগীয়ে iUKDত ৰব’টিক ছাৰ্জাৰী সেৱাৰ দ্বাৰা অস্ত্ৰোপচাৰৰ জৰিয়তে আৰোগ্য লাভ কৰি সুস্থ হৈ উঠিছে৷ iUKDত কেঞ্চাৰৰ ক্ষেত্ৰত ৰব’টিক অস্ত্ৰোপচাৰৰ চিকিৎসা সেৱা উপলব্ধতাৰ কথা জানিবলৈ দিয়ে iUKDৰ মুখ্য পৰিচালন সঞ্চালক তথা ইউৰ’লজি আৰু ৰব’টিকছৰ মুখ্য বিশেষজ্ঞ ডাঃ অৰূপ কুমাৰ নাথে৷ তেখেতে এতিয়াৰ পৰা কেঞ্চাৰ ৰোগৰ ক্ষেত্ৰত সকলোধৰণৰ ৰব’টিক অস্ত্ৰোপচাৰৰ বাবে চিন্তামুক্ত হৈ iUKDলৈ আহিবলৈ আহ্বান জনায়৷
অধিক তথ্য তথা সবিশেষ জানিবলৈ হ’লে কিডনী হস্পিটেল iUKDৰ সৈতে যোগাযোগ কৰিব পাৰে৷
হস্পিটেলৰ ঠিকনা তলত উল্লেখ কৰা হ’ল–
Hospital Address-
Kidney Hospital
Institute of Urology and Kidney Diseases (iUKD)
Nazirakhat, Sonapur, Guwahati, Assam-782402
Phone Numbers : 80115018833, 9864104444

Advanced Robotic Cancer Care at iUKD Kidney HospitalSpecialized treatment for Kidney, Bladder, Prostate, P***s & Te**is ...
16/01/2026

Advanced Robotic Cancer Care at iUKD Kidney Hospital
Specialized treatment for Kidney, Bladder, Prostate, P***s & Te**is Cancers.
🔹 Free Consultation Every Friday
📍 Sonapur, Guwahati
📞 Book your appointment today.

Hospital Address-
Kidney Hospital
Institute of Urology and Kidney Diseases (iUKD)
Nazirakhat, Sonapur, Guwahati, Assam-782402
Phone Numbers : 80115018833, 9864104444

03/01/2026

“Advanced robotic precision saving lives at iUKD.”

Robotic Radical Nephrectomy successfully performed at iUKD Kidney Hospital, Sonapur by
Dr. Barun Kumar,
Head – iUKD Robotics & Cancer Clinic,

under the visionary leadership of
Dr. Arup Kumar Nath
CMD, iUKD | ‘Laser Man of India’

✨ Where advanced technology meets expert care and compassionate outcomes.

Hospital Address-
Kidney Hospital
Institute of Urology and Kidney Diseases (iUKD)
Nazirakhat, Sonapur, Guwahati, Assam-৭৮২৪০২
Phone Numbers : 80115018833, 9864104444

For the patient, it wasn’t just a surgery — it was a second chance at life.At iUKD Kidney Hospital, Sonapur,Robotic Radi...
03/01/2026

For the patient, it wasn’t just a surgery — it was a second chance at life.
At iUKD Kidney Hospital, Sonapur,
Robotic Radical Nephrectomy was successfully performed by
Dr. Barun Kumar, Head – iUKD Cancer Clinic,
under the leadership of “Laser Man of India” Dr. Arup Kumar Nath,
CMD, iUKD.
Advanced robotic precision.
Expert hands.
Compassionate care.
Because at iUKD, we don’t just treat cancer — we restore hope.

Hospital Address-
Kidney Hospital
Institute of Urology and Kidney Diseases (iUKD)
Nazirakhat, Sonapur, Guwahati, Assam-৭৮২৪০২
Phone Numbers : 80115018833, 9864104444



Address

Nazirakhat, Sonapur, Guwahti, Assam
Sonapur
782402

Alerts

Be the first to know and let us send you an email when iUKD Robotic Institute posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram