Signor Senior Secondary School ,Sonari

Signor Senior Secondary School ,Sonari Signor Educations is the First and the only Coaching Institute at Sonari for Engineering/Medical entrance Senior Secondary School for Classes 9 to 12

নতুনক আদৰি পুৰণিক বিদায় জনোৱাই  প্ৰকৃতিৰ চিৰন্তন নিয়ম । এই নিয়মকে পালন কৰি যোৱা কালি 24 /12/2025 তাৰিখ বুধবাৰে অনুষ্ঠিত ...
25/12/2025

নতুনক আদৰি পুৰণিক বিদায় জনোৱাই প্ৰকৃতিৰ চিৰন্তন নিয়ম । এই নিয়মকে পালন কৰি যোৱা কালি 24 /12/2025 তাৰিখ বুধবাৰে অনুষ্ঠিত হৈ যোৱা Signor Senior Secondary স্কুলৰ পদাৰ্থ বিজ্ঞানৰ বিষয় শিক্ষক শ্ৰদ্ধাৰ শ্ৰীযুত ইয়াছিন আলী ডাঙৰীয়াৰ বিদায় সভাখনি অনুষ্ঠিত কৰা হয় । এই সভাৰ লগত সংগতি ৰাখি প্ৰাণৰ শিল্পী জুৱিন গাৰ্গ দেৱৰ স্মৃতিত "মায়াবিনী" আৰু "বিচিত্ৰা" নামৰ দুখন প্রাচীৰ পত্ৰিকা উন্মোচন কৰা হয় । উন্মোচন কৰে শ্ৰদ্ধাৰ ইয়াছিন আলী ডাঙৰীয়াই। অনাগত দিনবোৰতো আলী ডাঙৰীয়াই আমাৰ লগত থাকি জ্ঞানৰ আলোকময় জ্যোতিৰে শিক্ষাৰ্থী সকলক নতুন দিশৰ সন্ধান দি সহায় সহযোগিতা আগবঢ়াই যাব বুলি আমি আশাবাদী হৈ ৰ'লো। আপোনাৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো ।

মহান দাৰ্শনিক চক্ৰেটিছে কৈছিল ,"শিক্ষাই জ্ঞান আৰু জ্ঞানেই শক্তি" । এই নীতিকে শিৰোধার্য কৰি নতুন শিক্ষাবৰ্ষত চাইন'ৰ চিনিয়...
16/12/2025

মহান দাৰ্শনিক চক্ৰেটিছে কৈছিল ,"শিক্ষাই জ্ঞান আৰু জ্ঞানেই শক্তি" । এই নীতিকে শিৰোধার্য কৰি নতুন শিক্ষাবৰ্ষত চাইন'ৰ চিনিয়ৰ চেকেণ্ডাৰী স্কুলে লৈ আহিছে আকৌ সেউজী কোমল পাতৰ দৰে এক নতুন আশা আৰু প্ৰতিশ্ৰুতিৰ বতৰা।আপোনাৰ সন্তানটিৰ সৰ্বাংগীন বিকাশৰ সোণালী সপোন পূৰ্ণ কৰিবলৈ আজিয়ে যোগাযোগ কৰক । ২০২৬ বৰ্ষত ষষ্ঠ শ্ৰেণী পৰা নৱম শ্ৰেণীলৈ নামভৰ্তিৰ বাবে বিদ্যালয় কাৰ্যালয়ত প্ৰ-পত্ৰ প্ৰদান কৰি থকা হৈছে । অধিক জানিবলৈ উক্ত নম্বৰত যোগাযোগ কৰিব।
7002606312, 7002433002, 8638611326, 9101923281, 6003184784, 9101923281


Celebrating strength, teamwork, and the true spirit of sports at Signor Senior Secondary School Sports Week🏆🥇
16/12/2025

Celebrating strength, teamwork, and the true spirit of sports at Signor Senior Secondary School Sports Week🏆🥇

সোনালী আঘোণৰ কুঁৱলী সনা আজি এক পবিত্ৰ ক্ষণত তোমাৰ অনুপস্থিতিক প্ৰত্যাহবান জনাই তোমালৈ জন্ম দিনৰ  বহু আন্তৰিক শুভকামনা জন...
18/11/2025

সোনালী আঘোণৰ কুঁৱলী সনা আজি এক পবিত্ৰ ক্ষণত তোমাৰ অনুপস্থিতিক প্ৰত্যাহবান জনাই তোমালৈ জন্ম দিনৰ বহু আন্তৰিক শুভকামনা জনালো জুবিন দা।.......

for Zubeen Garg

Congratulations 🎉 to our 1st batch (2018–20) student, Kaushik Ranjan Chetia, and 2nd batch (2019–21) student, Anindya Ak...
26/10/2025

Congratulations 🎉 to our 1st batch (2018–20) student, Kaushik Ranjan Chetia, and 2nd batch (2019–21) student, Anindya Akash Phukon, who have been selected in the recently announced Assam Direct Recruitment Examination ADRE (Grade lll)!

The Signor Senior Secondary School family congratulates both of them on this remarkable achievement and wishes them success in their new journey and future endeavours.

Proud Moment for Signor Senior Secondary School! 🎉Heartfelt congratulations to Chinmoy Jyoti Shyam for achieving recentl...
24/10/2025

Proud Moment for Signor Senior Secondary School! 🎉
Heartfelt congratulations to Chinmoy Jyoti Shyam for achieving recently an impressive AIR 42 in JEE Mains Paper 2 and securing admission to the School of Planning and Architecture, Vijayawada for B.Arch.

Your hard work and dedication have made us all proud!
Wishing you continued success and a bright future ahead! 💐👏

SeniorSecondarySchool

🏋️‍♀️ Heartiest Congratulations! 🏅We are extremely proud to announce that Riya Mohan, a student of Class IX from Signor ...
21/10/2025

🏋️‍♀️ Heartiest Congratulations! 🏅
We are extremely proud to announce that Riya Mohan, a student of Class IX from Signor Senior Secondary School, has achieved the Silver Medal in the 53rd Assam State Weightlifting Championship. 🎉
Your dedication, discipline, and strength have brought immense pride to our school family. Keep inspiring others with your determination and success! 🌟

— Signor Senior Secondary School

প্ৰয়াত জুবিন গাৰ্গৰ অন্তিম যাত্ৰাৰ সদগতিৰ অৰ্থে বৃক্ষৰোপণ কাৰ্যসূচী ।
24/09/2025

প্ৰয়াত জুবিন গাৰ্গৰ অন্তিম যাত্ৰাৰ সদগতিৰ অৰ্থে বৃক্ষৰোপণ কাৰ্যসূচী ।

আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ যোৱা কালি (১৯-৯-২০২৫)  তাৰিখে পৰলোক প্ৰাপ্তি ঘটে । আমি সঁচাই মৰ্মাহত। চাইন'ৰ চিনিয়ৰ ...
20/09/2025

আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ যোৱা কালি (১৯-৯-২০২৫) তাৰিখে পৰলোক প্ৰাপ্তি ঘটে । আমি সঁচাই মৰ্মাহত। চাইন'ৰ চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ তৰফৰ পৰা তেখেতৰ আত্মাৰ সদগতিৰ কাৰণে ভগৱানৰ ওচৰত প্রার্থনা জনাওঁ ।🪔🪔

🪔শোক প্ৰস্তাৱ🪔আজিৰ এই গম্ভীৰ মুহূৰ্তত আমি অসমবাসীৰ গৌৰৱ, সুপ্ৰসিদ্ধ গায়ক, সুৰকাৰ, সংগীতজ্ঞ আৰু শিল্পী জুবিন গাৰ্গৰ অকাল...
19/09/2025

🪔শোক প্ৰস্তাৱ🪔

আজিৰ এই গম্ভীৰ মুহূৰ্তত আমি অসমবাসীৰ গৌৰৱ, সুপ্ৰসিদ্ধ গায়ক, সুৰকাৰ, সংগীতজ্ঞ আৰু শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো।

তেওঁৰ অমূল্য অৱদান সংগীত, সংস্কৃতি আৰু সমাজৰ ক্ষেত্ৰত সদায় সোঁৱৰণীয় হৈ থাকিব। জুবিন গাৰ্গে নিজৰ কণ্ঠ, সুৰ আৰু শিল্পকৌশলৰ জৰিয়তে অসমীয়া সংগীতক আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰলৈ লৈ গৈছিল। তেওঁ অসমৰ যুৱ সমাজৰ অনুপ্ৰেৰণা আৰু আশা-আলোকৰ প্ৰতীক আছিল।

তেওঁৰ মৃত্যুৱে অসমীয়া সংস্কৃতি জগতত এটা অপূৰণীয় ক্ষতি ঘটালে। আমাৰ সমাজে এজন দিকপাল শিল্পী হেৰুৱালে।
এই শোকৰ সময়ত আমি তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিছো আৰু শোকাহত পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছো।

যোৱা ইং 30-08-2025 তাৰিখ শনিবাৰে চাইনৰ ছিনিয়ৰ চেকেণ্ডেৰী স্কুল, সোণাৰি স্কুল প্ৰাংগনত TREVOR'S TEACH NEXT সংস্থাৰ উদ্যো...
31/08/2025

যোৱা ইং 30-08-2025 তাৰিখ শনিবাৰে চাইনৰ ছিনিয়ৰ চেকেণ্ডেৰী স্কুল, সোণাৰি স্কুল প্ৰাংগনত TREVOR'S TEACH NEXT সংস্থাৰ উদ্যোগত এখনি 6 ঘণ্টাজোৰা TEACHER'S TRAINING PROGRAMME অনুষ্ঠিত কৰা হয়।। সভাখনত প্ৰশিক্ষক হিচাপে Ashish Lingdoh ডাঙৰীয়াই বহুতো গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

নৱাগত আদৰণি সভাৰ (২০২৫) কিছু আলোকচিত্ৰ।।
02/07/2025

নৱাগত আদৰণি সভাৰ (২০২৫) কিছু আলোকচিত্ৰ।।

Address

Signor Study Circle
Sonari
785690

Alerts

Be the first to know and let us send you an email when Signor Senior Secondary School ,Sonari posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Signor Senior Secondary School ,Sonari:

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram