Aarogya Point Nursing Home & Diagnostics, Titabar & Mariani

  • Home
  • India
  • Titabar
  • Aarogya Point Nursing Home & Diagnostics, Titabar & Mariani

Aarogya Point Nursing Home & Diagnostics, Titabar & Mariani We do perfect and accurate - E.C.G, Ultrasound, X-rays, ECHO, Holter and ALL BLOOD TESTS.

All our machines are of latest technology so as to provide better health facilities.

29/11/2025

We are looking for experienced and skilled Lab Technicians to join our team.
Interested and eligible candidates are hereby requested to appear in the interview.

Position: Laboratory Technician
Number of posts: 2
Interview: 01-12-2025 (Monday)
Time: 10:00 AM onwards

Helpline number: 9864786357

Honouring the first Birthday of Late Dr. Zubeen Garg in paradise with love, respect, and gratitude.Your music lives on, ...
18/11/2025

Honouring the first Birthday of Late Dr. Zubeen Garg in paradise with love, respect, and gratitude.
Your music lives on, your legacy continues, and your spirit remains eternal. ❤️

04/11/2025
আৰোগ্য পইন্টৰ পৰিয়ালৰ তৰফৰ পৰা সকলোলৈকে দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ।এই দীপাৱলীত আপোনালোকৰ জীৱনত জ্বলি উঠক আনন্দ, ...
20/10/2025

আৰোগ্য পইন্টৰ পৰিয়ালৰ তৰফৰ পৰা সকলোলৈকে দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ।
এই দীপাৱলীত আপোনালোকৰ জীৱনত জ্বলি উঠক আনন্দ, শান্তি আৰু সুখৰ পোহৰ।
অন্ধকাৰ আতৰাই নতুন আশাৰ জুই জ্বলক প্ৰতিটো হৃদয়ত।

*শুভ দীপাৱলী* 🪔🙏

শুভ দুৰ্গা পূজা 🙏
29/09/2025

শুভ দুৰ্গা পূজা 🙏

অহা আলিলৈ আৰোগ্য পইন্ট তিতাবৰত লগ পাব (৩১ আগষ্ট)কঞ্চালতেচন লব লগীয়া থাকিলে তলত দিয়া নম্বৰত আগতীয়া কৈ ফোন কৰি booking ...
30/08/2025

অহা আলিলৈ আৰোগ্য পইন্ট তিতাবৰত লগ পাব (৩১ আগষ্ট)
কঞ্চালতেচন লব লগীয়া থাকিলে তলত দিয়া নম্বৰত আগতীয়া কৈ ফোন কৰি booking সংগ্ৰহ কৰক।
৯৮৬৪৭৮৬৩৫৭

ধন্যবাদ 🙏

Will be available tomorrow (31st August) at Aarogya Point, Titabar
For pre booking please contact -- 9864786357

Thank you 🙏

Every milestone has a beginning!Sharing the memory of the day we finally received the permission letter from all the con...
29/08/2025

Every milestone has a beginning!
Sharing the memory of the day we finally received the permission letter from all the concerned authorities for the first-ever Nursing home - "AAROGYA POINT" in the locality 🏥

প্ৰতিটো মাইলষ্ট’নৰ এটা আৰম্ভণি থাকে!
তিতাবৰ অঞ্চলৰ প্ৰথমখন নাৰ্ছিং হোম “AAROGYA POINT” স্থাপন কৰাৰ অনুমতি পত্ৰ সকলো সম্পৰ্কিত বিভাগৰ পৰা লাভ কৰাৰ দিনটোৰ স্মৃতি আগ বঢ়ালো। 🏥

যিদৰে স্বাধীনতা মানে শাৰীৰিক শৃংখলৰ পৰা মুক্তি, ঠিক তেনেকৈ স্বাস্থ্য মানে দুখ-ব্যথা আৰু অসুস্থতাৰ পৰা মুক্তি।আজিৰ সেই বি...
15/08/2025

যিদৰে স্বাধীনতা মানে শাৰীৰিক শৃংখলৰ পৰা মুক্তি, ঠিক তেনেকৈ স্বাস্থ্য মানে দুখ-ব্যথা আৰু অসুস্থতাৰ পৰা মুক্তি।

আজিৰ সেই বিশেষ দিনটোত আমি প্ৰতিজ্ঞা কৰিছোঁ—আমি, আমাৰ চিকিৎসক, নাৰ্ছ আৰু কৰ্মচাৰীসকলে দিন-ৰাতি কাম কৰি গৈ প্ৰতিটো ৰোগীৰ মুখত হাহি আৰু জীৱনত আশা আনি দিবলৈ চেষ্টা কৰিম।

আৰোগ্য পইন্টৰ পৰিয়ালৰ তৰফৰ পৰা সকলো লৈকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালো। 🙏

জয় আই অসম, জয় হিন্দ! 🇮🇳

14/08/2025

Another satisfied patient 🙏😇

নিৰ্ণয়ৰ পৰা প্ৰসৱলৈ…ৰিপোৰ্টৰ যোগে প্ৰশ্নৰ উত্তৰ দিয়া পৰা নতুন জীৱনক স্বাগতম জনোৱা  লৈ— আৰোগ্য পইণ্টে পূৰ্ণাঙ্গ নাৰ্চিং...
11/08/2025

নিৰ্ণয়ৰ পৰা প্ৰসৱলৈ…ৰিপোৰ্টৰ যোগে প্ৰশ্নৰ উত্তৰ দিয়া পৰা নতুন জীৱনক স্বাগতম জনোৱা লৈ— আৰোগ্য পইণ্টে পূৰ্ণাঙ্গ নাৰ্চিং হোম হিচাপে নিজৰ যাত্ৰা সফলতাৰে সম্পূৰ্ণ কৰিলে।

কিছুদিন আগত আমি এই পৰিৱৰ্তনৰ আটাইতকৈ যাদুকৰী সফলতা লাভ কৰিলোঁ।
আমাৰ দক্ষ চিকিৎসকৰ স্নেহময় পথ-প্ৰদৰ্শন, আমাৰ সযত্ন নাৰ্চ সকলৰ যত্নশীল সেৱা আৰু হব লগা পিতৃ মাতৃৰ আন্তৰিক বিশ্বাসৰ মাজেৰে, আমি স্বাগতম জনালোঁ আমাৰ প্ৰথম নবজাতকক — এটি সুস্থ কন্যা সন্তানক, যাক প্ৰাকৃতিকভাৱে, সুৰক্ষিতভাৱে আৰু আনন্দময়ভাৱে প্ৰসৱ কৰা হ’ল। ❤️

মাতৃৰ নাম -- প্ৰিয়ংকা দেৱ
পিতৃৰ নাম -- বিষ্ণু দেৱ
ঠিকনা -- ৱাৰ্ড নং ২, মৰিয়নি, অসম

From diagnosing to delivering…from answering questions through reports to welcoming new lives, Aarogya Point has finally succeded in the journey of transforming into a full fledged Nursing Home.

Recently the transformation reached its most magical milestone as with the gentle guidance of our skilled doctors, the watchful care of our nurses and the trust of the parents to be, we welcomed our very first newborn…a healthy baby girl delivered naturally, safely and joyfully ❤️

Patient's Name -- Mrs. Priyanka Deb
Husband's Name -- Mr. Bishnu Deb
Address -- Ward no. 2, Udaypur,
Mariani

Address

Dhodar-Ali Road, Near Station Tiniali
Titabar
785630

Telephone

+918822912399

Website

Alerts

Be the first to know and let us send you an email when Aarogya Point Nursing Home & Diagnostics, Titabar & Mariani posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Aarogya Point Nursing Home & Diagnostics, Titabar & Mariani:

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram