02/15/2023
হিমোগ্লবিন শব্দটি কম বেছি পৰিমাণে সকলোৰে পৰিচিত।মানুহ সহ সকলো মেৰুদণ্ডী বা অমেৰুদণ্ডীয় প্ৰাণীৰ ৰক্তত হিমোগ্লবিন থাকে।
হিমোগ্লবিনে ৰক্তৰ ঘনত্ব বজাই ৰখাৰ লগতে যিকোনো ক্ষতিকাৰক পদাৰ্থ ৰক্তত মিশ্ৰণ হৈ আমাৰ শৰীৰক ক্ষতি কৰাৰ পৰা বচাই ৰাখে।
ই শৰীৰৰ এবিধ প্ৰয়োজনীয় প্ৰ'টিন,যিয়ে আমাৰ শৰীৰত অক্সিজেন পৰিচালনাৰ লগতে অন্যান্য কাৰ্যাৱলীৰো সম্পাদন কৰি থাকে।
হিমোগ্লবিনৰ অভাৱ ঘটিলে শৰীৰত তেজৰ ঘনত্ব কমি অক্সিজেনৰ সৰবৰাহৰ বাধা প্ৰাপ্ত হয়।ফলত শৰীৰৰ ৰক্তশূন্যতা বাএনিমিয়াৰ সূষ্টি হয।
হিমোগ্লবিনৰ অভাৱ ঘটিলে শৰীৰ বেছিকৈ ঘামা,বুকুধপধপোৱা, টোপনি কমি যোৱা, শৰীৰ ফুলি যোৱা,মুখত ঘাঁ হোৱা, হজম কমি যোৱা,শৰীৰৰ প্ৰতিৰোধী ক্ষমতা কমি যোৱা আদি সমস্যাৰ উদ্ভৱ হয়।
পদ্ধতিগত আয়ুৰ্বেদিক চিকিৎসাৰ সহায়ত এই ৰোগৰ পৰা নিৰাময় লাভ কৰিব পাৰি।
এচ,কে,এম আয়ুৰ্বেদিক ইনষ্টিটিউটে আজি বহুত দিন ধৰি এই ৰোগৰ উপযুক্ত চিকিৎসা আগবঢ়ায় আহিছে আৰু যঠেষ্ট লোক উপকৃত হৈছে।
যিকোনো স্বাস্থ্য সংক্ৰান্তীয় সমস্যাৰ চিকিৎসাৰ বাবে আয়ুৰ্ব্বেদৰ কাষ চাপক। যোগাযোগৰ বাবে -
Call us at 98640-63275/98641-76832.